অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য নৰ্থ ইষ্ট টাইমছ

দ্য নৰ্থ ইষ্ট টাইমছ (ইংৰাজী: The North East Times) হৈছে উত্তৰ-পূব ভাৰতত বিতৰণ কৰা এখন ইংৰাজী দৈনিক বাতৰি কাকত। ১৯৯০ চনৰ ২ অক্টোবৰত জি. এল. পাব্লিকেশ্যনছ লিমিটেডে এই কাকতখনি মুকলি কৰিছিল। এই বাতৰি কাকতখনৰ প্ৰচলন সংখ্যা প্ৰায় ১,১৩,০০০।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দ্য নৰ্থ ইষ্ট টাইমছ (ইংৰাজী ভাষা: The North East Times) হৈছে উত্তৰ-পূব ভাৰতত বিতৰণ কৰা এখন ইংৰাজী ভাষা দৈনিক বাতৰিকাকত।১ ১৯৯০ চনৰ ২ অক্টোবৰত জি. এল. পাব্লিকেশ্যনছ লিমিটেডে এই কাকতখনি মুকলি কৰিছিল।২ এই বাতৰি কাকতখনৰ প্ৰচলন সংখ্যা প্ৰায় ১,১৩,০০০।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ RNI. rni.nic.in
  2. ↑ About G L Publications Ltd

সম্পৰ্কিত শ্ৰেণী

বাতৰি কাকতঅসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য নৰ্থ ইষ্ট টাইমছ” প্ৰবন্ধৰ সংশোধন ৬২৬৫০২ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।