অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰিয় সখী

প্ৰিয় সখী (ইংৰাজী: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন। ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়।

হালনাগাদ: ৭ আগষ্ট ২০২৫ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰিয় সখী (ইংৰাজী ভাষা: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত১ অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন।১ ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়। ইয়াৰ লগতে ধাৰাবাহিক উপন্যাস, গল্প, কবিতা, সখীৰ আখল, কিনো লয়লাসে আদি বিভিন্ন নিয়মীয়া লেখা আৰু শিতান ইয়াত দেখা যায়।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ প্ৰিয় সখী, ফেব্ৰুৱাৰী ২০১৩, পৃ. ১০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীমহিলা আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয় সখী” প্ৰবন্ধৰ সংশোধন ৫৩০৮৫৩ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।