চিটি স্কেন বা কম্পিউটেড ট'ম'গ্ৰাফী স্কেন (computed tomography scan, সংক্ষেপে CT scan) হ'ল চিকিৎসা সেৱাৰ এক আধুনিক প্ৰযুক্তি যাৰ সহায়ত বিভিন্ন দুৰাৰোগ্য ৰোগৰ চিনাক্তকৰণ সম্ভৱ হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিটি স্কেন” প্ৰবন্ধৰ সংশোধন ৫৪৫৯৮১ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।