শ্বাসতন্ত্ৰ হৈছে সকলো প্ৰাণীৰে এক অবিচ্ছেদ্য অংগ। শ্বাসতন্ত্ৰত মূলতঃ নাক, শ্বাসনলী, হাওঁফাওঁ আদিৰে গঠিত। বিশেষ শ্বাসঅংগৰ জৰিয়তে ৰ সম্পন্ন কৰা এক। শ্বাস তন্ত্ৰৰ সহায়ত জীৱই পৰিৱেশৰ লগত আৰু ৰ বিনিময় কৰে।
ৰ দৰে বোৰৰ প্ৰধান শ্বাসঅংগ হৈছে। ক অক্সিজেনৰ যোগান ধৰিবৰ বাবে হাওঁফাওঁ বায়ুৰে পূৰ্ণ কৰাক শ্বাস আৰু হাওঁফাওঁৰ পৰা কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়াক প্ৰশ্বাস বোলে। সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বসন বোলে। মানুহ আৰু অন্য ৰ ত, শ্বাস তন্ত্ৰত অন্তৰ্ভুক্ত অংগবোৰ হৈছে, ব্ৰংকি, ব্ৰংকিঅল, হাওঁফাওঁ, আৰু। অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বোৰ আৰু বাহ্যিক গেছীয় পৰিৱেশৰ মাজত দ্বাৰা নিষ্ক্ৰিয়ভাৱে বিনিময় হয়। এই বিনিময় প্ৰক্ৰিয়া হাওঁফাওঁৰ বোৰত সংঘটিত হয়।
আৰু অন্য বহু প্ৰাণীৰ শ্বসন ৰ দ্বাৰা সংঘটিত হয়। ৰ দৰে অন্য প্ৰাণীবোৰৰ, শ্বাস তন্ত্ৰৰ শৰীৰ ৰচনা অতি সৰল, আনকি প্ৰাণীবোৰৰ শ্বসন দ্বাৰাই সংঘটিত হয়। ৰ ত থকা নামৰ ছিদ্ৰৰ মাজেৰে শ্বসন সম্পন্ন হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাস তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৫২৪৭৪৭ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।