অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

স্নায়ু তন্ত্ৰ

স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত।

হালনাগাদ: ৭ নৱেম্বৰ ২০১৯ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতি (জীৱবিদ্যা)ৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত। মস্তিষ্ক আৰু স্নায়ু ৰজ্জু লগলাগি কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ গঠিত হয়। প্ৰান্তীয় স্নায়ু তন্ত্ৰ প্ৰধানকৈ স্নায়ুৰ দ্বাৰা গঠিত। স্নায়ু হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে।

কোষীয় স্তৰত, স্নায়ু তন্ত্ৰ স্নায়ুকোষ বা স্নায়ু কোষ (জীৱবিজ্ঞান) নামৰ এবিধ বিশেষ কোষেৰে গঠিত। এই নিউৰণবোৰে বিদ্যুৎ ৰাসায়নিক তৰংগৰ ৰূপত এক্সনৰ মাজেৰে সংকেট প্ৰেৰণ কৰিব পাৰে।

সম্পৰ্কিত শ্ৰেণী

অংগ তন্ত্ৰস্নায়ুতন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নায়ু তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ২০৯১৮০ (৭ নৱেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।