জিভা বা জিহ্বা (Tongue) মুখগহ্বৰৰ মজিয়াত এখন ডাঙৰ তথা ডাঠ মঙহাল বহিঃসাৰী (Protrusible) আৰু সংবেদনশীল জিহ্বা থাকে। জিহ্বাখন মুখগহ্বৰৰ মজিয়াত ফ্ৰিনুলাম (Frenulum) নামৰ লিগামেন্টৰ দ্বাৰা জিহ্বাখন স্তৰীভূত অধিচ্ছদীয় কোষৰ দ্বাৰা গঠিত। ইয়াৰ উপৰিভাগত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ টেমুনা থাকে। এইবোৰক পেপিলা (Papillae) বোলে। পেপিলাবোৰত স্বাদকলি (Taste bud) থাকে বাবে ই খাদ্যস্তুৰ খোৱাদ গ্ৰহণ কৰিব পাৰে। স্বাদকলিবোৰ আননী (facial), গ্লছ’ফেৰেঞ্জীয় (Glossopharyn-geal), আৰু ভেগাছ স্নায়ুৰ শাখাবোৰৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।
মানৱ ভাষা
জিভা হৈছে মুখৰ ভিতৰত অৱস্থিত ৰেখাযুক্ত পেশীৰ এটা গোট আৰু ই খাদ্য চোবাই খোৱা আৰু হজম কৰাত সহায় কৰে।
জীৱ-জন্তুৰ জিভা


উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিভা” প্ৰবন্ধৰ সংশোধন ৪১৭৫০৫ (৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।