অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

স্বাস্থ্য

স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: "স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ…

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা।১ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: "স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা"। ২ কাৰ্যকৰী মূল্য নথকা আৰু "পূৰ্ণাংগ" শব্দটোৱে সৃষ্টি কৰা সমস্যাৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধত নহয়।৩৪

স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতিকাৰ আৰু সুস্বাস্থ্যৰ বাবে বিজ্ঞানসন্মত ক্ৰিয়াকলাপ উপলব্ধ কৰোৱাই। পশুচিকিৎসা বিজ্ঞান অন্য প্ৰাণীসমূহৰ স্বাস্থ্য ৰক্ষাৰ সৈতে জড়িত। ব্যক্তিৰ পাৰিপাৰ্শিক, স্বাস্থ্যত প্ৰভাৱ পেলোৱা অন্য কিছুমান কাৰক, যেনে- তেওঁলোকৰ পৃষ্ঠভূমি, জীৱন শৈলী, আৰু আৰ্থিক তথা সামাজিক অৱস্থা, আৰু আধ্যাত্মিকতা আদিয়ে স্বাস্থ্য নিৰ্ধাৰণ কৰে। অধ্যয়নৰ পৰা জনা গৈছে যে অতি মাত্ৰা দূঃচিন্তাই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়।

৫

তথ্য সংগ্ৰহ

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Huber M, Knottnerus JA, Green, L., van der Horst H, Jadad AR, Kromhout D, Smid H. BMJ 2011; 343 (d4163) savenhshomeopathy.org/wp-content/uploads/2012/09
  2. ↑ World Health Organization. 2006. Constitution of the World Health Organization – Basic Documents, Forty-fifth edition, Supplement, October 2006
  3. ↑ Callahan D. (1973). The WHO definition of 'health'. The Hastings Center Studies. পৃ. 77–87
  4. ↑ Taylor S, Marandi A. (2008). How should health be defined?. BMJ. পৃ. a290
  5. ↑ (2013-11-06). BBC News – How stressed are you?. Bbc.co.uk

সম্পৰ্কিত শ্ৰেণী

স্বাস্থ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাস্থ্য” প্ৰবন্ধৰ সংশোধন ৫০৪০৫৩ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।