অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ক্ষুদ্ৰান্ত্ৰ

ক্ষুদ্ৰান্ত্ৰ হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে।

হালনাগাদ: ১১ জুন ২০২০ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ক্ষুদ্ৰান্ত্ৰ হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে। খাদ্যৰ পৰা পুষ্টিকাৰক আৰু খনিজ লৱণৰ শোষণ কৰাই ক্ষুদ্ৰান্ত্ৰৰ প্ৰাথমিক কাৰ্য।১

কেচু আদি অমেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত প্ৰায়ে সমষ্ট পৌষ্টিকনলীক বৰ্ণনা কৰিবলৈ কেৱল বৃহদান্ত্ৰ শব্দটো ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ www.britannica.com/EBchecked/topic/275485/human-

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীৰ গঠনপাচন তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষুদ্ৰান্ত্ৰ” প্ৰবন্ধৰ সংশোধন ২৩৭৬১৮ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।