সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অসমৰ পশু চিকিৎসা বিভাগৰ আগশাৰীৰ শিক্ষানুষ্ঠান। খানাপাৰাত অৱস্থিত মহাবিদ্যালয়খনৰ স্থাপনাকাল ১৯৪৮ চন। অসমৰ পশু চিকিৎসা আৰু পশু পালনৰ ক্ষেত্ৰত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে মূখ্য ভূমিকা লৈ আহিছে৷ পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত এই…
-
অসম বিজ্ঞান লেখক সংস্থা
অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয় ১৯৯৯ চনৰ ২০ নৱেম্বৰত যোৰহাট জিলাৰ চন্দ্ৰকান্ত ভৱনত। প্ৰথমবাৰৰ বাবে দীনেশ চন্দ্ৰ গোস্বামীৰ নেতৃত্বত অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয়। এই সংস্থা ২০০১ চনৰ ১০ জানুৱাৰী তাৰিখে ছ’চাইটিজ ৰেজিষ্ট্ৰেচন এক্ট XXI of 1860 ৰ অধীনত পঞ্জীয়ন কৰা হয়।
-
অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান
অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্য চৰকাৰৰ বাণিজ্য প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলত বৃত্তিগত ব্যৱস্থাপনা শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ প্ৰশাসনিক কাম কাজ অসম ছচাইটিয়ে পৰিচালনা কৰে।
-
অসম লেখিকা সন্থা
অসম লেখিকা সন্থা হৈছে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে মহিলা সাহিত্যিক তথা সাহিত্যপ্ৰেমীসকলক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে গঠিত এক সাহিত্য অনুষ্ঠান।
-
অসমীয়া বিভাগ, বিশ্বভাৰতী বিশ্ববিদ্যালয়
বিশ্বভাৰতী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ হ’ল অসম ৰাজ্যৰ বাহিৰৰ উচ্চ শিক্ষানুষ্ঠানত অৱস্থিত অসমীয়া ভাষা-সাহিত্যৰ প্ৰথমটো পূৰ্ণাংগ বিভাগ। ১৯৭৯ চনত এজনীয়া অধ্যাপেকৰে এই বিভাগটো প্ৰতিষ্ঠা কৰা হয়। বিভাগটোৰ প্ৰথমগৰাকী অধ্যাপক আছিল ড° সুনীল দত্ত।
-
অসমীয়া ভাষাৰ আলোচনা সভা
অসমীয়া ভাষাৰ আলোচনা সভাৰ জন্ম হয় ১৮৯০ চনৰ ১৩ নৱেম্বৰ দেওবাৰে লম্বোদৰ বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা আলোচনামৰ্মে। এই সভাৰ সৈতে লম্বোদৰ বৰা, পণ্ডিত জয়দেৱ শৰ্মা, কালিনাথ হাজৰিকা, বংশীধৰ বৰুৱা, ঘনকান্ত চলিহাৰ আদি উল্লেখযোগ্য ব্যক্তিসকল জড়িত আছিল।
-
অসমৰ চৰ-চাপৰিবাসী
অসমৰ চৰ-চাপৰিবাসী বুলি ক'লে নৈ পৰিয়া চাপৰি অঞ্চলত বাস কৰা লোক সকলক বুজা যায়। অসমখন ভাৰতৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অসমৰ সোঁ মাজেদি সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদ পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অসমৰ সভ্যতা, সংস্কৃতি, লুইতৰ লগত গভীৰভাৱে জড়িত।
-
অৰ্থোহাণ্টাভাইৰাছ
মানুহৰ ৰোগ সৃষ্টি কৰা সকলো হাণ্টাভাইৰাছক অন্তৰ্ভুক্ত কৰা অৰ্থোহাণ্টাভাইৰাছ হৈছে এটা ভাইৰাছৰ প্ৰজাতি। হাণ্টাভাইৰাছ প্ৰাকৃতিকভাৱে প্ৰধানকৈ ৰোডেণ্টত পোৱা যায়।
-
আইচলেণ্ডৰ নাৰী
আইচলেণ্ডৰ নাৰীসকলে (Women in Iceland) উল্লেখযোগ্য লিংগ সমতা লাভ কৰি আহিছে। ২০১৮ চন পৰ্যন্ত আইচলেণ্ডত কৰ্মত নিয়োজিত ৮৮%, বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ৬৫%, আৰু সংসদৰ সদস্যৰ ৪১% মহিলা হিচাপে পৰিলক্ষিত হৈছে। কিন্তু আইচলেণ্ডত মহিলাসকলে এতিয়াও পুৰুষতকৈ প্ৰায় ১৪% কমকৈ উপাৰ্জন কৰে।
-
আও টু থান
আও টু থান (Áo tứ thân; চাৰিটা অংশৰ চোলা) হৈছে উত্তৰ ভিয়েটনামত প্ৰচলিত এবিধ পৰম্পৰাগত ভিয়েটনামীয় সাজ-পাৰ। এই পোছাকযোৰ আও গু থান (পাঁচটা অংশৰ চোলা) আৰু আও ডই খামৰ (সমান্তৰাল পটিৰ চোলা) সৈতে সম্পৰ্কিত।
-
আকুৰী
আকুৰী ভাৰতৰ পাৰ্চী খাদ্যত খোৱা টেঙা স্ক্ৰেম্বলড এগ ডিচ৷ আকুৰী প্ৰায় পানী ওলোৱালৈকে সিজোৱা হয়; কণীবোৰ কেতিয়াও অতিমাত্ৰা সিজোৱা নহয়। মূল সোৱাদটো হৈছে পিয়াঁজ ভাজি আৰু ব্যৱহাৰ কৰা মছলাসমূহ হ'ল আদা, ধনীয়া, কটা জলকীয়া, আৰু ক'লা জালুক৷ পৰম্পৰাগতভাৱে পাভ বা ডাবল ৰোটি (ভাৰতীয় ৰুটিৰ প্ৰকাৰ)ৰ লগত…
-
আচকন
আচকন হৈছে ভাৰত উপমহাদেশৰ পুৰুষে পিন্ধা আঁঠুলৈকে জেকেট। ইয়াক ঠাইভেদে বাঘল বান্দি বুলিও জনা যায়। ই অংগৰ্খাৰ সৈতে একেধৰণৰ বস্ত্ৰ।
-
আনন্দবন
আনন্দবন আক্ষৰিক অৰ্থত, সুখৰ অৰণ্য; ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ চন্দ্ৰপুৰ জিলাৰ ৱাৰোৰাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন আশ্ৰম আৰু এটা সামূহিক পুনৰ্বাসন কেন্দ্ৰ, যিটো মূলতঃ কুষ্ঠ ৰোগী আৰু সমাজৰ নিপীড়িত শ্ৰেণীৰ পৰা অহা প্ৰতিবন্ধীসকলৰ বাবে আৰম্ভ কৰা হৈছিল।
-
আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা
আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (Anundoram Borooah Institute of Language, Art & Culture, Assam (ABILAC) ) ভাৰতৰ অসমৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অৱস্থিত এক স্বায়ত্তশাসিত গৱেষণা প্ৰতিষ্ঠান।
-
আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা
আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা (Women's International Democratic Federation) হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা অধিকাৰ সংগঠন। ১৯৪৫ চনত স্থাপিত এই সংস্থাটো শীতল যুদ্ধৰ সময়ত আটাইতকৈ সক্ৰিয় আছিল৷ ইতিহাসবিদ ফ্ৰান্সিস্কা ডি হানৰ মতে ই আছিল "১৯৪৫ চনৰ পিছৰ যুগৰ আটাইতকৈ ডাঙৰ আৰু সম্ভৱতঃ আটাইতকৈ প্ৰভাৱশালী…
-
আফগানিস্তানৰ গণতান্ত্ৰিক মহিলা সংগঠন
আফগানিস্তানৰ গণতান্ত্ৰিক মহিলা সংগঠন (Democratic Women's Organisation of Afghanistan) ১৯৬৫ চনত প্ৰতিষ্ঠা হোৱা আফগানিস্তানৰ এটা মহিলা সংগঠন আছিল। আফগানিস্তানৰ মহিলা আন্দোলনৰ ইতিহাসত ই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল, আৰু ১৯৭০ আৰু ১৯৮০ চনৰ কমিউনিষ্ট যুগত আফগান মহিলা আন্দোলনৰ প্ৰভাৱশালী সংগঠন হিচাপে…
-
আফ্ৰিকান ইউনিয়ন
আফ্ৰিকান ইউনিয়ন (ইংৰাজীত African Union, সংক্ষিপ্ত ৰূপে AU) হৈছে আফ্ৰিকা মহাদেশৰ ৫৫খন দেশৰ উদ্যোগত গঠিত আন্তঃৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য হৈছে মহাদেশীয় ঐক্য, শান্তি, সুৰক্ষা আৰু উন্নয়ন আগবঢ়োৱা।
-
আভিয়ল
আভিয়ল (মালায়ালম: അവിയൽ, তামিল: அவியல்) হৈছে ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত উৎপত্তি আৰু প্ৰচলিত এবিধ ভাৰতীয় খাদ্য। ই সাধাৰণতে পশ্চিম ঘাটত পোৱা ১৩ বিধ শাক-পাচলিৰ আৰু নাৰিকলেৰে প্ৰস্তুত কৰা, নাৰিকল তেল আৰু ধনীয়া পাতেৰে জুতি বৃদ্ধি কৰা এবিধ ডাঠ তৰকাৰী।
-
আম পান্না
আম পান্না, আম ঝোৰা(আম ঝোৰাⓘ), বা পানহা হৈছে ভাৰতীয় পানীয়, পৰম্পৰাগতভাৱে গ্ৰীষ্মকালত উপভোগ কৰা হয়। কেঁচা আমৰপৰা তৈয়াৰী আৰু ইয়াৰ ৰং পাতল সেউজীয়া। প্ৰায়ে পানীয়ত পদিনা পাত যোগ কৰা হয়, যাৰ ফলত ইয়াৰ সেউজীয়া ৰং বৃদ্ধি পায়।
-
আলজেৰিয়াৰ নাৰী
১৯৬২ চনৰ আলজেৰিয়াৰ স্বাধীনতা যুদ্ধৰ সময়ত আলজেৰিয়াৰ মহিলাসকলে পুৰুষৰ সমকক্ষ হিচাপে অৱতীৰ্ণ হৈছিল। এইদৰে তেওঁলোকে নিজৰ পৰিচয়ৰ নতুন অনুভূতি আৰু পুৰুষৰ পৰা কিছু পৰিমাণে গ্ৰহণযোগ্যতা লাভ কৰে।কিন্তু যুদ্ধৰ পিছত মহিলাসকলে নিজৰ মুক্তিকামী সত্তা বজাই ৰাখিব পৰা নাছিল৷ আলজেৰিয়া যুদ্ধৰ অন্তত ৰাজনৈতিক…
-
আলিভংভং
আলিভংভং (ইংৰাজী: Alivongvong) হৈছে টাইৱানৰ আদিবাসী আমিষ লোকসকলৰ এক পৰম্পৰাগত খাদ্য। এই খাদ্যবিধত মাংসৰে পূৰ্ণ কৰা আঠাজাতীয় চাউলৰ এটা ডাম্পলিং থাকে, যাক হাতেৰে তৈয়াৰী পাতৰ বাস্কেট বা মোনাত অতি সাৱধানে ভৰাই ৰখা হয়।
-
ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট
ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট ১৯০৭ চনত অবনীন্দ্ৰনাথ ঠাকুৰে কলিকতাত প্ৰতিষ্ঠা কৰা ‘ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট’ নামৰ কলা সমাজখনে শিল্প প্ৰদৰ্শনীৰ আয়োজন কৰিছিল, ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল। লগতে উচ্চমানৰ চিত্ৰকল্প আলোচনী প্ৰকাশ কৰিছিল।
-
ইণ্ডোনেছিয়াৰ নাৰী
বৰ্তমান ইণ্ডোনেছিয়াত মহিলা ৰ ভূমিকা বহু কাৰণত প্ৰভাৱিত হৈছে, তাৰে ভিতৰত আধুনিকীকৰণ বৃদ্ধি, গোলকীকৰন, শিক্ষাৰ উন্নতি আৰু প্ৰযুক্তিৰ উন্নতি আদিও অন্তৰ্ভুক্ত।
-
উজবেকিস্তানৰ নাৰী
উজবেকিস্তানৰ নাৰীৰ (Women in Uzbekistan) সামাজিক আৰু আইনী পৰিস্থিতি স্থানীয় পৰম্পৰা, ধৰ্ম, পূৰ্বৰ ছোভিয়েট শাসন আৰু স্বাধীনতাৰ পিছৰে পৰা পৰিৱৰ্তিত সামাজিক নীতি-নিয়মৰ দ্বাৰা প্ৰভাৱিত হৈছে।
-
উত্তৰ কোৰিয়াৰ নাৰী
উত্তৰ কোৰিয়াৰ ৰাজনৈতিক বিচ্ছিন্নতা, উত্তৰ কোৰিয়া কৰ্তৃপক্ষই বিদেশী তদন্তকাৰীক দেশখনত প্ৰৱেশৰ অনুমতি দিবলৈ অনিচ্ছা আৰু বিৰোধী প্ৰতিবেদনৰ অস্তিত্বৰ বাবে উত্তৰ কোৰিয়াৰ মহিলাৰ অৱস্থা আৰু মৰ্যাদা দেশৰ বাহিৰত সম্পূৰ্ণৰূপে বুজা হোৱা নাই। উত্তৰ কোৰিয়া চৰকাৰৰ চৰকাৰী স্থিতি হ'ল মহিলা-পুৰুষৰ সমান অধিকাৰ।
-
উত্তৰ বংগ বিশ্ববিদ্যালয়
উত্তৰ বংগ বিশ্ববিদ্যালয় চমুকৈ (এন.বি.ইউ.) পশ্চিমবংগ ৰাজ্যৰ উত্তৰ বংগ অঞ্চলৰ এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ মূল চৌহদ পশ্চিমবংগ ৰাজ্যৰ দাৰ্জিলিং জিলাৰ শিলিগুৰিৰ ৰজাৰামমোহনপুৰত অৱস্থিত। দ্বিতীয় চৌহদ জলপাইগুৰি জিলাৰ ডাংগুয়াঝাৰত আৰু তৃতীয় চৌহদ কলিকতাৰ বিধাননগৰৰ ছল্ট লেকত অৱস্থিত।
-
উত্তৰ-ঔপনিবেশিকতাবাদ
উত্তৰ-উপনিৱেশবাদ (Postcolonialism) বা উত্তৰ-ঔপনিৱেশিক তত্ত্ব (Postcolonial Theory) হ'ল সাহিত্য, সমাজবিজ্ঞান, নৃতত্ত্ব আদি বহু ক্ষেত্ৰত ব্যৱহৃত এটা তাত্ত্বিক ধাৰণা, যাৰ উদ্দেশ্য হৈছে ঔপনিৱেশিক শাসনৰ ইতিহাস, প্ৰভাৱ, সাংস্কৃতিক আধিপত্য আৰু উপনিবেশ-উত্তৰকালীন সমাজৰ পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰা।
-
উদ্যোগী নাৰীবাদ
সামাজিক নাৰীবাদৰ পৰাই উদ্যোগী নাৰীবাদৰ (Entrepreneurial feminism) বিকাশ ঘটিছে। ই এটা তত্ত্ব যিয়ে সমাজত নাৰীৰ অৱস্থান উন্নত কৰিবলৈ উদ্যোগ সৃষ্টি প্ৰক্ৰিয়াৰ জৰিয়তে নাৰীবাদী মূল্যবোধ কেনেকৈ প্ৰণয়ন কৰা হয় সেই বিষয়ে ব্যাখ্যা কৰে।বাৰ্বাৰা অৰ্চাৰ আৰু কেথেৰিন ইলিয়টে উদ্ভাৱন কৰা উদ্যোগীকৰণক কিশোৰী…
-
উপমা
উপমা (বা উপপুমাভু, উপপিন্দি, খৰাবাথ, উপিত, উপীত, ৰুলানভ, উপপুমা বা উপপিট্টু) হৈছে শুকানকৈ ভজা চুজি বা মোটা চাউলৰ গুড়িৰপৰা তৈয়াৰী খাদ্য। উপমাৰ উৎপত্তি দক্ষিণ ভাৰতৰপৰা হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু আৰু তেলেংগানাত বেছিকৈ দেখা যায়।
-
উৎকল ব্ৰাহ্মণ
উৎকল ব্ৰাহ্মণ, যাক ওড়িয়া ব্ৰাহ্মণ বুলিও কোৱা হয়, ভাৰতৰ ওড়িশা ৰাজ্যৰ অন্তৰ্গত ব্ৰাহ্মণ সম্প্ৰদায়। উৎকল ব্ৰাহ্মণ পুৰীৰ জগন্নাথ মন্দিৰৰ ঐতিহাসিক তত্ত্বাৱধায়ক। উৎকল ব্ৰাহ্মণ হৈছে প্ৰথমে বিন্ধ্যাসকলৰ উত্তৰ দিশত বাস কৰা পাঁচটা পঞ্চ গৌড় ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভিতৰত অন্যতম।