অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আফ্ৰিকান ইউনিয়ন

আফ্ৰিকান ইউনিয়ন (ইংৰাজীত African Union, সংক্ষিপ্ত ৰূপে AU) হৈছে আফ্ৰিকা মহাদেশৰ ৫৫খন দেশৰ উদ্যোগত গঠিত আন্তঃৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য হৈছে মহাদেশীয় ঐক্য, শান্তি, সুৰক্ষা আৰু উন্নয়ন আগবঢ়োৱা।

হালনাগাদ: ১৬ জুলাই ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আফ্ৰিকান ইউনিয়ন (ইংৰাজীত African Union, সংক্ষিপ্ত ৰূপে AU) হৈছে আফ্ৰিকা মহাদেশৰ ৫৫খন দেশৰ উদ্যোগত গঠিত আন্তঃৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য হৈছে মহাদেশীয় ঐক্য, শান্তি, সুৰক্ষা আৰু উন্নয়ন আগবঢ়োৱা।১

ইতিহাস

আফ্ৰিকান ইউনিয়নৰ পূৰ্বসৰূপ আছিল OAU, যি ১৯৬৩ চনৰ ২৫ মে' তাৰিখে আদিছ আবাবা, ইথিওপিয়াত ৩২খন স্বাধীন আফ্ৰিকান ৰাষ্ট্ৰই সংস্থা গঠন কৰিছিল। OAUৰ মূল উদ্দেশ্য আছিল উপনিবেশবাদ অতিক্ৰম কৰা, ৰাজত্ব অধিকাৰ নিশ্চিত কৰা, আৰু আফ্ৰিকান দেশসমূহৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰা।১

১৯৯৯ চনৰ ৯ ছেপ্টেম্বৰ তাৰিখে Sirte Declaration-ৰ দ্বাৰা OAU-ৰ বিকল্প হিচাপে আফ্ৰিকান ইউনিয়ন গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।২

আফ্ৰিকান ইউনিয়ন ২০০২ চনৰ জুলাইত আনুষ্ঠানিকভাবে কাৰ্যকৰী হয়।৩

লক্ষ্য আৰু উদ্দেশ্য

AU–ৰ লক্ষ্যসমূহ অন্তৰ্ভুক্ত:

  • আফ্ৰিকান দেশসমূহৰ মাজত ঐক্য আৰু একত্ৰিততা বিস্তাৰৰ ক্ষেত্ৰত কাম কৰা।৪
  • সদস্য ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্ব, স্বতন্ত্ৰতা, আৰু ঐতিহাসিক সীমা ৰক্ষা কৰা।৫
  • মহাদেশীয় শান্তি, স্থায়িত্ব, উন্নয়ন আৰু সমন্বিত অৰ্থনৈতিক বৃদ্ধি নিশ্চিত কৰা।৫
  • লিঙ্গ সাম্য, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু বিশ্বজনৰ সম্পৃক্ততা উৎসাহিত কৰা।১
  • জনগণৰ অধিকাৰ ৰক্ষা আৰু মানবাধিকাৰ নিশ্চিত কৰা।১

উৎস

তথ্যসূত্ৰ

  1. ↑ About the African Union. African Union
  2. ↑ Sirte Declaration. African Union
  3. ↑ Origin of African Union. Lotusarise
  4. ↑ AU in a Nutshell. African Union
  5. ↑ AU in a Nutshell. African Union

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থাআফ্ৰিকাসমাজ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফ্ৰিকান ইউনিয়ন” প্ৰবন্ধৰ সংশোধন ৫২৪৫৮২ (১৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।