)]]
মধুসুদন বিষ্ণু বা কৃষ্ণৰ এটা উপনাম১ আৰু বিষ্ণু সহস্ৰনামৰ ৭৩সংখ্যক নাম।২ বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি মধুসুদনৰ অৰ্থ হৈছে "মধুৰ ধ্বংসকাৰী।"
সাহিত্যত
মধুৰ মৃত্যু আৰু বিষ্ণুৰ উপনামৰ উৎপত্তিৰ বিষয়ে পদ্ম পুৰাণত বৰ্ণনা কৰা হৈছে এইদৰে:[3]
তাৰ পাছত আন্ধাৰেৰে আবৃত্ত হৈ মধু অদৃশ্য হৈ গ’ল। নিজৰ মায়াৰ দ্বাৰা তেওঁ বিষ্ণু(শৰীৰ)ৰ ওপৰত এশটা পৰ্বত পেলাই দিলে। তাৰ পাছত যুদ্ধত আন্ধাৰৰ মাজতে সোমাই পৰ্বতবোৰ কাটি পেলালে আৰু খঙেৰে নিজৰ সুদৰ্শন চক্ৰৰে মূৰটো কাটি পেলালে। তেতিয়া ব্ৰহ্মা আৰু শিৱ আদি দেৱতাই তেওঁক ‘মধুসূদন’ নামেৰে জগতত খ্যাতি দিলে। — পদ্ম পুৰাণ, ধাৰা ১, অধ্যায় ৭২
উৎস
শ্ৰী বিষ্ণু সহস্ৰনামৰ পৰা উদ্ধৃত, শ্ৰী শংকৰাচাৰ্যৰ টীকা, স্বামী তপস্যানন্দৰ অনুবাদ, চেন্নাইৰ শ্ৰীৰামকৃষ্ণ মঠত উপলব্ধ; Indian web site and a US siteত পাব।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুসূদন” প্ৰবন্ধৰ সংশোধন ৫৪২৩১৮ (৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।