অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

যৌগিক সংখ্যা

যৌগিক সংখ্যা (Compound Number) যি বিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। যেনে– ৪, ৬, ৮, ১০, ১২ ইত্যাদি।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২০ ২২ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

যৌগিক সংখ্যা (Compound Number) যি বিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। যেনে– ৪, ৬, ৮, ১০, ১২ ইত্যাদি।

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌগিক সংখ্যা” প্ৰবন্ধৰ সংশোধন ২৫৪০৩৩ (১১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।