অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জ্যা

জ্যা (Chord) হৈছে কোনো বক্ৰ ৰেখাৰ জ্যামিতিক ৰেখাৰ অংশ যাৰ প্ৰান্তবিন্দু দুটা বক্ৰৰেখাৰ ওপৰত অৱস্থিত।

হালনাগাদ: ৩ জানুৱাৰী ২০২১ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

জ্যা (Chord) হৈছে কোনো বক্ৰ ৰেখাৰ জ্যামিতিক ৰেখাৰ অংশ যাৰ প্ৰান্তবিন্দু দুটা বক্ৰৰেখাৰ ওপৰত অৱস্থিত।

বৃত্তৰ জ্যা

বৃত্তৰ জ্যাৰ নিন্মোক্ত বৈশিষ্ট্যবোৰ আছে‌‌‌:-

  1. সমান সমান জ্যা কেন্দ্ৰৰ পৰা সমান দূৰত অৱস্থান কৰে।
  2. বৃত্তত সকলোতকৈ দীৰ্ঘতম জ্যাদাল কেন্দ্ৰগামী হয়।

সম্পৰ্কিত শ্ৰেণী

জ্যামিতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যা” প্ৰবন্ধৰ সংশোধন ২৫৭৫৫৯ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।