অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১০ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৯ নৱেম্বৰ ২০২৩ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬৫৯ – প্ৰতাপগড়ৰ যুদ্ধত মাৰাঠা ৰজা চত্ৰপতি শিৱাজী মহাৰাজে আফজল খান, আদিলশাহীক হত্যা কৰে।
  • ১৯১৩ - গীতাঞ্জলি (কাব্যগ্ৰন্থ) (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়।
  • ১৯৯০ - চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
  • ১৯৭০ - ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰে। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ-১ স্থাপন কৰে।

জন্ম

  • ১৪৮৩ - মাৰ্টিন লুথাৰ, সংস্কাৰকামী আন্দোলনৰ নেতা তথা ধৰ্মীয় সংস্কাৰক।
  • ১৬৯৫ - জন বেৱিছ, ইংৰাজ জ্যোতি বিজ্ঞানী।
  • ১৬৯৭ - উইলিয়াম হগাৰ্থ, ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ।
  • ১৮৪৮ - সুৰেন্দ্ৰনাথ বেনাৰ্জি, ভাৰতীয় ৰাজনীতিক।
  • ১৯০৮ - বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ শিক্ষাবিদ।
  • ২০০১ - ৰিয়ান পৰাগ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৯২৮ - অনিতা বাৰবাৰ, জাৰ্মান নৃত্যশিল্পী।
  • ১৯৯৪ - কুভেম্পু, ভাৰতীয় সাহিত্যিক।
  • কামাল পাছাৰ, আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা।

দিৱস

  • বিশ্ব কেৰাট’কনাছ দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯০৮৯০ (৯ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।