অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ত্ৰিকূট

ত্ৰিকূট (Trikuta) হৈছে তিনিটা শিখৰবিশিষ্ট পৰ্বত। হিন্দু মহাকাব্যত ইয়াৰ উল্লেখ পোৱা যায়৷

হালনাগাদ: ১৮ জুলাই ২০২১ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ত্ৰিকূট (Trikuta) হৈছে তিনিটা শিখৰবিশিষ্ট পৰ্বত। হিন্দু মহাকাব্যত ইয়াৰ উল্লেখ পোৱা যায়৷

ইতিহাস আৰু হিন্দুধৰ্মত ইয়াৰ তাৎপৰ্য

ত্ৰিকূট মহামেৰুৰ (মাউণ্ট মেৰু) চাৰিওফালে বিস্তৃত বাৰখন পৰ্বতৰ মাজৰ এখন, ই ব্ৰহ্মাৰ আৱাসস্থল, যিটো উত্তৰ বাকট্ৰিয়া (বৰ্তমানৰ তাজিকিস্তান) -ত অৱস্থিত। ভাগৱত পুৰাণত উল্লেখ কৰিছে যে, ইয়াৰ উচ্চতা ১০,০০০ যোজন আৰু ইয়াৰ তিনিটা শিখৰ লোহা, ৰূপ আৰু স্বৰ্ণৰে নিৰ্মিত। হিন্দু পৌৰাণিক কাহিনী অনুসৰি, এইটো পৰ্বত দেৱী দুৰ্গাৰ দ্বিতীয়টো আৱাসস্থল৷ দেৱী দুৰ্গাই ইয়াক দৈত্যক বিনাশ কৰাৰ কাৰণে তিনগৰাকী দেৱীৰ শক্তিৰে সৃষ্টি কৰিছিল, অৱশ্যে পৰ্বতটোক ত্ৰিকূট বোলা হয়।

জম্মুত ত্ৰিকূট

আন এটা ত্ৰিকূট জম্মু বিভাগত অৱস্থিত। ত্ৰিকূট, তিনিটা শিখৰবিশিষ্ট পৰ্বত শৃংগৰ সংগম। ইয়াত পবিত্ৰ “বৈষ্ণোদেৱী মন্দিৰ” (lang-hi|वैष्णो देवी मंदिर) দেখিবলৈ পোৱা যায়।১

তথ্যসূত্ৰ

  1. ↑ Eck, Diana. India: A Sacred Geography, p. 282 At this place Bhairo baba mandir found. (Random House 2013)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিকূট” প্ৰবন্ধৰ সংশোধন ২৮৬৯১২ (১৮ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।