হাৱা হৈছে বাইবেলৰ আদিপুস্তকত উল্লেখ কৰা ব্যক্তিত্ব। আব্ৰাহামী ধৰ্মৰ সৃষ্টিৰ মিথ অনুসৰি তেওঁ আছিল প্ৰথম নাৰী। ইছলামিক পৰম্পৰাত হাৱাক আদমৰ পত্নী আৰু প্ৰথম মহিলা হিচাপে চিনাক্ত কৰা হৈছে যদিও তেওঁ হাদীছত বিশেষভাৱে উল্লেখ্য আছে আৰু কোৰআনত নহয়। আদিপুস্তকৰ দ্বিতীয় অধ্যায়ত উল্লেখ কৰা অনুসৰি হৱাক আদমৰ এজন সংগীৰ পৰা ঈশ্বৰে (য়াভে/য়াহৱেহ) সৃষ্টি কৰিছিল। ভাল বেয়া জ্ঞানৰ গছৰ ফল খাবলৈ তাই সৰ্পৰ প্ৰলোভনত বলি হয়। তাই আদমৰ লগত ফল দিয়ে আৰু ফলত প্ৰথম মানুহক এদন বাগিচাৰ পৰা বহিষ্কাৰ কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৱা (ইভ)” প্ৰবন্ধৰ সংশোধন ৪৬২৮২৭ (৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।