অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পুৰুষ সংহতি

ব্ৰহ্মৰ প্ৰভুত শক্তি স্বীকাৰ কৰা এটি সম্প্ৰদায় হ'ল পুৰুষ সংহতি। ব্ৰহ্মৰ আন এক নাম পুৰুষ। তেনে নামৰ পৰাই পুৰুষ সংহতি নামকৰণ হ'ব পাৰে। এই সংহতিত ব্ৰহ্মৰ প্ৰাধান্যৰ লগত নামৰ প্ৰতিও বিশেষ আস্থা থাকে।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৩ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ব্ৰহ্মৰ প্ৰভুত শক্তি স্বীকাৰ কৰা এটি সম্প্ৰদায় হ'ল পুৰুষ সংহতি। ব্ৰহ্মৰ আন এক নাম পুৰুষ। তেনে নামৰ পৰাই পুৰুষ সংহতি নামকৰণ হ'ব পাৰে। এই সংহতিত ব্ৰহ্মৰ প্ৰাধান্যৰ লগত নামৰ প্ৰতিও বিশেষ আস্থা থাকে। শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰৰ পৰা এই সংহতিৰ নামকৰণ হোৱা বুলিও সেই সম্প্ৰদায়ৰ বৈষ্ণৱসকলৰ মাজত বিশেষ প্ৰচাৰ আছে।১

তথ্যসূত্ৰ

  1. ↑ সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য (দ্বিতীয় মুদ্ৰণ: মাৰ্চ, ২০০৪ খ্ৰীষ্টাব্দ), পৃ: ৩৮, গ্ৰন্থকাৰ- ড° পীতাম্বৰ দেৱগোস্বামী।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষ সংহতি” প্ৰবন্ধৰ সংশোধন ৩৭৮৩০৬ (১৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।