মেইতেই ৱিকিপিডিয়া বা মীতৈ ৱিকিপিডিয়া বা মনিপুৰী ৱিকিপিডিয়া হৈছে ৱিকিপিডিয়াৰ মেইতেই ভাষা সংস্কৰণ। ই এক বিনামূলীয়া অনলাইন বিশ্বকোষ। ইয়াৰ ইনকুবেটৰ ৰূপ ২০১৮ চনতে আৰম্ত কৰা হৈছিল আৰু ২০২১ চনত ই সম্পূৰ্ণ ৱিকিপিডিয়াত পৰিণত হয়। এতিয়ালৈকে ইয়াত টা প্ৰবন্ধ আছে।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ List of Wikipedias - Meta
- ↑ Meitei Wikipedia statistics
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেইতেই ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫২৯৭৪০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।