পঞ্জাব দুখন আছে, এখন ভাৰতত আৰু ইখন পাকিস্তানত, দুইখন লগালগি। দেশ বিভাজনৰ সময়ত পঞ্জাবক ভাৰত আৰু পাকিস্তানৰ মাজত দুভাগ কৰা হৈছিল। তলৰ লিংকত দুইখনৰ ৱিকিপিডিয়া লিংক দিয়া হৈছে।
- পঞ্জাব, ভাৰত
- পঞ্জাব, পাকিস্তান
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্জাব (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২৫৪৭৬৪ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।