অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১১ মাৰ্চ

১১ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১২ জুন ২০২৩ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

১১ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  • ১৯১৫ - বিজয় হাজাৰে, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯২৭ - বিশ্বনাথন শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।

মৃত্যু

  • ২২২ - এলাগাবোলাছ, ৰোমান সম্ৰাট।
  • ১৯৩৯ - বানী বসু, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৫ - আলেকজেণ্ডাৰ ফ্লেমিং, স্কটলেণ্ডৰ জীৱ বিজ্ঞাৱী
  • ১৯৬৩ - মহম্মদ নিছাৰ, ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ।
  • ১৮৬৯ - ভ্লাডিমিৰ অডয়েভেস্কি, ৰাছিয়ান দাৰ্শনিক।
  • ২০০৮ - পদ্ম বৰকটকী, অসমীয়া সাহিত্যিক তথা সাংবাদিক।

দিৱস

  • বিশ্ব প্লাম্বিং দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

মাৰ্চ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৬৮৪৪৬ (১২ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।