সৰ্বপ্ৰাণবাদ১ (Animism; জীৱবাদ বুলিও কোৱা হয়) হৈছে বস্তু, স্থান আৰু জীৱৰ সকলোৰে এক সুকীয়া আধ্যাত্মিক সত্তা আছে বুলি বিশ্বাস কৰা মতবাদ।২৩সৰ্বপ্ৰাণবাদীয়ে সকলো বস্তু, প্ৰাণী-উদ্ভিদ, শিল, নদী, বতৰ ইত্যাদিক কিছুমান ক্ষেত্ৰত সজীৱ আৰু জীৱন্ত বুলি গণ্য কৰে। সংগঠিত ধৰ্মৰ তুলনামূলকভাৱে শেহতীয়া বিকাশৰ বিপৰীতে ধৰ্মৰ নৃতত্ত্বত বহুতো খিলঞ্জীয়া লোকবিশ্বাস পদ্ধতি হিচাপে জীৱবাদ ব্যৱহাৰ কৰা হয়।৪ সৰ্বপ্ৰাণবাদীয়ে আধ্যাত্মিক বিশ্বব্ৰহ্মাণ্ডৰ লগতে অভৌতিক আত্মাৰ ধাৰণাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।৫
তথ্যসূত্ৰ
- ↑ Animism. xobdo.org
- ↑ Stringer, Martin D. (1999). Rethinking Animism: Thoughts from the Infancy of our Discipline. Journal of the Royal Anthropological Institute. পৃ. 541–56
- ↑ Hornborg, Alf. (2006). Animism, fetishism, and objectivism as strategies for knowing (or not knowing) the world. Ethnos: Journal of Anthropology. পৃ. 21–32
- ↑ Hicks, David. (2010). Ritual and Belief: Readings in the Anthropology of Religion. Roman Altamira. পৃ. 359
- ↑ (1998–1999). Animism. ELMAR Project (University of Cumbria)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বপ্ৰাণবাদ” প্ৰবন্ধৰ সংশোধন ৬২৪১৯৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।