অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৫ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯৫৪ - দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯২ - বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।
  • ২০০৪ - মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীত শিল্পী পাৰৱীন চুলতানালৈ সেই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।
  • ২০০৮ - হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি, প্ৰখ্যাত সংগীত সাধক ভীমসেন যোশীলৈ ভাৰতৰ সব্বোৰ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।

জন্ম

মৃত্যু

  • ১৯৭০ - শম্ভু মহাৰাজ, ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত।
  • ২০০২ - বীৰেণ বৰকটকী, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০২২ - অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকীৰ মৃত্যু হয়। ১৯৩৫ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা ভোলা কটকী, ১৯৮১ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই নিৰ্মাণ কৰা "অৰ্নিবাণ" বোলছবিৰ মুখ্য চৰিত্ৰ "ৰজনী মাষ্টৰ" চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে।

দিৱস

  • পতাকা দিৱস (পানামা)।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৪০২৪৪ (২৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।