অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯ এপ্ৰিল

১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল। ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে। ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়। ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল। ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।

হালনাগাদ: ৬ এপ্ৰিল ২০২৩ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
  • ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
  • ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
  • ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
  • ২০২১ - ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১ আৰম্ভ।
  • ২০২১ - ভিভো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।

জন্ম

  • ১৮৯৩ - ৰাহুল সাংকৃত্যায়ন, ভাৰতৰ সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক। (মৃত্যু: ১৪ এপ্ৰিল,১৯৬৩)
  • ১৮৯৮ - পল ৰ'বচন, আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা।
  • ১৯০১ - পল উইলিয়ামছ, আমেৰিকান অভিনেতা আৰু পৰিচালক।
  • ১৯২৯ - শৰণৰাণী বাকলিৱাল, ভাৰতীয় শাস্ত্ৰীয় সৰোদবাদক আৰু সংগীতজ্ঞ।
  • ১৯৪৮ - জয়া বচ্চন, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
  • ১৯৮৭ - বছেন মুৰ্মু, ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ।

মৃত্যু

  • ১৬২৬ - ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
  • ২০১৪ - আলে নৰেন্দ্ৰ, ভাৰতীয় ৰাজনীতিক।

দিৱস

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৩০৭৯ (৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।