অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৭ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯৩১ - লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
  • ১৯৫৬ - তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
  • ১৯৮৮ - মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।

জন্ম

  • ১৫৩৩ - প্ৰথম এলিজাবেথ, ইংলেণ্ডৰ ৰাণী।
  • ১৭৯১ - উমাজী নায়ক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৮২৯ - আগষ্ট কেকুলে, জাৰ্মান ৰসায়ন বিজ্ঞানী।
  • ১৯১৩ - আলবেয়াৰ কেমু, ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আৰু অস্তিত্ববাদী দাৰ্শনিক।
  • ১৯১৫ - মহেশ্বৰ নেওগ, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি আৰু প্ৰাচ্যতত্ত্ববিদ। "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনিছিল।
  • ১৯১৭ - বানু জাহাংগীৰ কয়াজী, ভাৰতীয় চিকিৎসক।
  • ১৯৩১ - মীনা খাদিকাৰ, ভাৰতীয় মাৰাঠী আৰু হিন্দী ভাষাৰ নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰ।
  • ১৯৩৩ - ইলা ৰমেশ ভাট, ভাৰতীয় সমাজকৰ্মী আৰু গান্ধীবাদী।
  • ১৯৩৪ - সুনীল গংগোপাধ্যায়, জনপ্ৰিয় বঙালী কবি।
  • ১৯৫১ - মামুট্টি, টলীউডৰ অভিনেতা আৰু কথাছবি পৰিচালক।
  • ১৯৬০ - অংশুলা কান্ত, ভাৰতীয় বেংকাৰ।
  • ১৯৬৩ - নীৰজা ভানোট, অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা।
  • ১৯৮৫ - ৰাধিকা আপ্টে, ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।

মৃত্যু

  • ১৯০৭ - ছালী প্ৰুধ্যোম, সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী।
  • ১৯১৫ - মাণিক চন্দ্ৰ বৰুৱা, অসমৰ সমাজ সেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী।
  • ১৯৬৮ - ৰামবৃক্ষ বেণীপুৰী, স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু লেখক।
  • ১৯৯০ - এ জে পি টেইলৰ, ইংৰাজ বুৰঞ্জীবিদ।
  • ১৯৯১ - এডউইন মেটিছন মেকমিলান, নোবেল বঁটা বিজয়ী মাৰ্কিন পদাৰ্থবিজ্ঞানী।
  • ২০১৮ - মেক মিলাৰ, আমেৰিকান ৰেপ্ গায়ক।

দিৱস

  • সংবিধান দিৱস (ফিজি)।
  • স্বাধীনতা দিৱস (ব্ৰাজিল)।
  • বিজয় দিৱস (মোজাম্বিক)।
  • ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ, অন্তিম দিন। (১ ছেপ্টেম্বৰ - ৭ ছেপ্টেম্বৰ)

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৭ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৮৬২২৪ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।