অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯ জুন

৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল। ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে। ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।

হালনাগাদ: ৭ জুন ২০২৩ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
  • ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
  • ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
  • ১৯৩১ - প্ৰথম ডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।

জন্ম

  • ১৭৮১ - জৰ্জ ষ্টিফেনচন, ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আবিষ্কাৰক। (মৃ.১২/০৮/১৮৪৮)
  • ১৯৪৯ - কিৰণ বেদী, অৱসৰপ্ৰাপ্ত ভাৰতীয় পুলিচ পৰিসেৱা কৰ্মকৰ্তা আৰু সামাজিক কৰ্মী।
  • ১৯৬৩ - জনি ডেপ, মাৰ্কিন অভিনতা, চলচ্চিত্ৰ প্ৰযোজক আৰু সুৰকাৰ।
  • ১৯৭৫ - এণ্ড্ৰিউ চাইমণ্ডছ, ইংলেণ্ডৰ বাৰ্মিংহামত জন্মগ্ৰহণকাৰী অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৭৫ - অমীশা পেটেল, বলিউডৰ অভিনেত্ৰী।
  • ১৯৮১ - অনুষ্কা শংকৰ, ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ।
  • ১৯৮৫ - সোণম কাপুৰ, বলিউডৰ অভিনেত্ৰী।

মৃত্যু

দিৱস

  • আৰ্ন্তজাতিক আৰ্কাইভচ্ দিৱস
  • ৰাষ্ট্ৰীয় বীৰ দিৱস (উগাণ্ডা)

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৮১৪৩ (৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।