অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৬ আগষ্ট

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী

  • ১৮২৫ - বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯০৬ - স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাসে বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে।
  • ১৯৪৫ - আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।
  • ১৯৬২ - জামাইকাই ব্ৰিটিছৰ পৰা ৩০০ বছৰ শাসনৰ পিছত স্বাধীনতা লাভ কৰে।

জন্ম

  • ১৮৫৯ - আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৩১ আগষ্ট,১৯৪১)
  • ১৮৮১ - বিখ্যাত জীৱ বিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিং।
  • ১৯১৫ - ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হৈছিল।
  • ১৯২১ - স্বাধীনতা সংগ্ৰামী আৰু মধ্যপ্ৰদেশ ভূতপূৰ্ব ৰাজ্যপাল কে এম চান্দীৰ জন্ম হয়।
  • ১৯৩৩ – এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ। (মৃত্যু ১৯৮৭)
  • ২০০৭ - যোৰহাট জিলাৰ মেলেং কাঠ গাওঁ জয়প্ৰীত বৰা জন্ম

মৃত্যু

  • ১৬৩৭ - ইংৰাজ কবি আৰু নাট্য়কাৰ বেন জনছন।
  • ১৯২৫ - ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয়।
  • ১৯৯৭ - ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।
  • ২০০৩ - ৰবীন বেনাৰ্জী, অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
  • ২০১৯ - বিজেপিৰ শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যু হয়।

দিৱস

  • হিৰোচিমা দিৱস।
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ ষষ্ঠ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৬২৩৬৩৩ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।