এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- আজি ন্যায় সেৱা দিৱস।
- ১৯১৭ চনৰ আজিৰ দিনটোতে জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হয়।১
- ১৯৫৩ কম্বোডিয়াৰ ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ।
- ১৯৯৮ চনৰ আজিৰ দিনটোত গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয়।১
- ২০০০ চনৰ আজিৰ দিনটোত "উত্তৰাখণ্ড" ৰাজ্য গঠন কৰা হয়।১
- ২০২২ চনৰ আজিৰ দিনটোতে শ্ৰীযুত ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে।
জন্ম
- ১৮৭৭ - মহম্মদ ইকবাল, উৰ্দু কবি।১
- ১৯৩৪ - কাৰ্ল চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
- ১৯৩৯ - অজয় ঘটক, ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞান বিষয়ক পাঠ্যপুথিৰ ৰচক।
- ১৯৫৭ - উদয় উমেশ ললিত, ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।
মৃত্যু
- ১৮৮৩ - মাইলছ ব্ৰনছন, প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
- ১৯৬২ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
- ২০০৩ - পুষ্পলতা দাস, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
- ২০০৫ - কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।
দিৱস
- পতাকা দিৱস (আজেৰবাইজান)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৫৫৪ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।