অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৮ জানুৱাৰী

৮ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১ জানুৱাৰী ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

৮ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৯১২ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
  • ১৯১৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।

জন্ম

  • ১৮৭২ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ ২ মে' তাৰিখে তেখেতৰ মৃত্যু হয়।
  • ১৯০৮ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
  • ১৯০৯ - আশাপূৰ্ণা দেৱী, বঙালী ঔপন্যাসিক আৰু কবি।
  • ১৯২৬ - কেলুচৰণ মহাপাত্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওদিছি নৃত্যৰ প্ৰসাৰক।
  • ১৯৩৩ - সুপ্ৰিয়া দেৱী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৩৯ - নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৪২ - ষ্টিফেন হকিং, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী।
  • ১৯৭৩ - মধুলিকা লিড্ডল, ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক।

মৃত্যু

দিৱস

  • বিশ্ব টাইপিং দিৱস।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Assam: Veteran Actress Gyanda Kakati Passes Away at 92
  2. ↑ এন ই নাও নিউজ. (৯ জানুৱাৰী, ২০২৫). অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান. নৰ্থ ইষ্ট নাও
  3. ↑ (৯ জানুৱাৰী, ২০২৫). বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান... অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক. পৃ. মুখ্য পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৬৭২৩৯ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।