অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৫ জুন

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১৭ মে’ ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  • ১৬৬১ - আইজাক নিউটন কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল।
  • ১৯৪০ - প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়।
  • ১৯৭২ - চৃুইডেনৰ ৰাজধানী ষ্ট'কহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ (UNED) মানৱ পৰিৱেশ (Human Environment) সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ (৫-১৬ জুনলৈকে) কৰে।
  • ১৯৭২ - ষ্ট'কহোম বৈঠকত প্ৰতিবছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিবস পালন কৰা সিদ্ধান্ত লয়।

জন্ম

  • ৪৬৯ - খ্ৰীষ্টপূৰ্ব - ছক্ৰেটিছ, গ্ৰিক দাৰ্শনিক (মৃত্যু ৩৯৯ খ্ৰীষ্টপূৰ্ব )
  • ১৮৩৪ - জন বেৰী হোৱাইট, অসমত চিকিৎসা বিজ্ঞান আৰু শিল্পদ্যোগৰ প্ৰতিস্থাতা।
  • ১৮৬৫ - সতীশ চন্দ্ৰ মুখাৰ্জি, ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া।
  • ১৯৪৪ - হুইটফিল্ড ডিফি, মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৭২ - যোগী আদিত্যনাথ, ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ।
  • ১৯৭৪ - মাৰভিন ডিলন, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৯০ - মাচেত্তিৰা ৰাজু পুভাম্মা, ভাৰতীয় দৌৰবিদ।

মৃত্যু

  • ১৯১০ - অ’ হেনৰি, প্ৰখ্যাত আমেৰিকান ছুটি গল্পকাৰ।
  • ২০০৪ - ৰোনাল্ড ৰেগান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪০তম ৰাষ্ট্ৰপতি।
  • ২০২৩ - গুফি পেণ্টাল, ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা, মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰা বাবে প্ৰখ্যাত। ১

দিৱস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gufi Paintal the Shakuni Mama is sadly no more, he was 79. www.hamaribaat.com

সম্পৰ্কিত শ্ৰেণী

জুন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫ জুন” প্ৰবন্ধৰ সংশোধন ৬০৬৭৮৭ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।