অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৫ এপ্ৰিল

৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭০ দিন বাকী থাকে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৪ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭০ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৫৩ - বৃটিশ যাদুঘৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৮৯৯ - দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ লগত ৩৫ ৰাণত অল আউট হয়।
  • ১৯৪৪ - সুভাষ চন্দ্ৰ বসুই ৰেঙ্গুনত আজাদ হিন্দ ব্যাঙ্ক স্থাপন কৰে।
  • ১৯৪৮ - ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াৰ দ্বাৰা অসম উচ্চ ন্যায়ালয় (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়)ৰ উদ্বোধন।
  • ১৯৪৯- ভাৰতত স্কাউট এণ্ড গাইড স্থাপনা কৰা হৈছিল।
  • ১৯৫৭ - ভাৰতত কমিউনিষ্ট পাৰ্টিৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত (কেৰালা) জয়লাভ।
  • ২০১১ - ভাৰতত জন লোকপাল বিল বলবৎ কৰাৰ দাবীত আন্না হাজাৰেৰ আমৰণ অনশন কাৰ্যসূচীৰ আৰম্ভ।

জন্ম

মৃত্যু

দিৱস

  • শিশু দিৱস - পেলেষ্টাইন

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

এপ্ৰিল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৪৩১৯৭৩ (১৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।