৪ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩০টা দিন (অধিবৰ্ষত ৩৩১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা - ঘটনাৱলী - (১) ১৬৬২ চনৰ আজিৰ দিনটোতে মীৰজুমলাই গুৱাহাটী দখল কৰি লয়।
জন্ম
- ১৭৮৯ - জৰ্জ ৱাশ্বিংটন যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
- ১৯০৪ - ৰুচ-জাপানৰ যুদ্ধ আৰম্ভ হৈছিল।
- ১৯৪৮ - সিংহল অৰ্থাৎ শ্ৰীলংকা স্বাধীন হৈছিল।
- ২০০৪ - ফেইচবুকৰ আনুষ্ঠানিক জন্মদিন।
জন্ম
- ১৯২২ - ভীমসেন যোশী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
- ১৯৩৮ - বিৰজু মহাৰাজ, ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ মুখ্য শিল্পী।
- ১৯৭৪ - উৰ্মিলা মাটোণ্ডকাৰ, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৭৪ - সত্যেন্দ্ৰনাথ বসু, ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
- ১৯৯০ - মৈত্ৰেয়ী দেৱী, ভাৰতীয় সাহিত্যিক।
- ২০০১ - পঙ্কজ ৰায়, ভাৰতীয় ক্ৰিকেটাৰ।
- ২০০৪ - মলীকা পোখৰাজ, পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী।
- ২০২৩ - বাণী জয়ৰাম, ভাৰতীয় গায়িকা।
দিৱস
- বিশ্ব কৰ্কট ৰোগ দিৱস
- স্বাধীনতা দিৱস (শ্ৰীলংকা)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০৪৩৫০ (৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।