অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ জুলাই

১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ। ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি। ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে। ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।

হালনাগাদ: ৫ জুলাই ২০২২ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
  • ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
  • ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে।
  • ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
  • ১৯৪৪ - সুভাষচন্দ্ৰ বসুৱে ব্ৰক্ষ্মদেশত স্মৰণীয় আহ্বান জনাইছিল- 'আপোনালোকে মোক তেজ দিয়ক, মই আপোনালোকক স্বাধীনতা দিম।'

জন্ম

  • ১৮০৭ - জুইসেপ্পে গাৰিবালদি, আধুনিক ইটালিৰ নিৰ্মাণ কৰোঁতা আৰু এজন মহান বিপ্লৱী। (মৃঃ ০২-০৬-১৮৮২)
  • ১৮৭২ - কেলভিন কুলিজ্‌, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০তম ৰাষ্ট্ৰপতি।
  • ১৯২৬ - আল্‌ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ জুলাই” প্ৰবন্ধৰ সংশোধন ৩২৬৪৬৬ (৫ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।