অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতীয়

ভাৰত (India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশৰ অধিবাসী সকলক ভাৰতীয় (Indian) বুলি কোৱা হয়। ভাৰতীয় বা ভাৰত সম্পৰ্কীয় বিভিন্ন পৃষ্ঠাসমূহ:↷ ভাৰতীয় ৰে’ল হ'ল ভাৰতৰ ৰে’ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে’ল" নামকৰণ কৰা হয়।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ভাৰত (India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশৰ অধিবাসী সকলক ভাৰতীয় (Indian) বুলি কোৱা হয়।

ভাৰতীয় বা ভাৰত সম্পৰ্কীয় বিভিন্ন পৃষ্ঠাসমূহ:↷

বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল।

ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে।

সম্পৰ্কিত শ্ৰেণী

ভাৰতভাৰতীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয়” প্ৰবন্ধৰ সংশোধন ৫৬৫৭৬১ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।