জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ন'বেল বঁটা (২০০৪)
২০০৪ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০৫)
২০০৫ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০৬)
২০০৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০৭)
২০০৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০৮)
২০০৮ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০৯)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
ন'বেল বঁটা (২০১০)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
ন'বেল বঁটা (২০১২)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
ন'বেল বঁটা (২০১৩)
২০১৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০১৫)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
নতাশা ভৰদ্বাজ
নতাশা ভাৰদ্বাজ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ৱেব ছিৰিজত অভিনয় কৰে। তেওঁ ২০১৮ চনত বাস্তৱ অনুষ্ঠান ইণ্ডিয়াজ্ নেক্স্ট চুপাৰষ্টাৰ্ছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু বিজয়ী হৈছিল। তাৰ পিছত, তেওঁ ৱেব ছিৰিজ পৱন এণ্ড পূজা (২০২০)-ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
নন্দিতা শ্বাহ
নন্দিতা শ্বাহ (: Nandita Shah জন্ম ১৯৫৯); এগৰাকী ভাৰতীয় হোমিঅ'পেথ আৰু লেখিকা। ১৯৮১ চনত চিকিৎসালয় আৰম্ভ কৰি ২০০৫ চনত বেচৰকাৰী সংস্থা চেঞ্চুৰী ফৰ হেল্থ এণ্ড ৰিকনেকচন টু এনিমেলছ এণ্ড নেচাৰ (SHARAN) প্ৰতিষ্ঠা কৰে। নন্দিতাই ২০১৬ চনত নাৰী শক্তিৰ সন্মান লাভ কৰে।
-
নন্দিতা সাহা
নন্দিতা সাহা: Nandita Saha এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০০৬ চনত মেলবৰ্ণত কমন ৱেলথত খেলত তেওঁ ভাৰতীয় দলেৰে কানাডাক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১০ চনত ছিনিয়ৰ নেচনেল টিটি চেম্পিয়নশ্বিপত মহিলা একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
নন্দিনী গুপ্তা
নন্দিনী গুপ্তা:Nandini Gupta হৈছে ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩ৰ মুকুট পিন্ধিছিল।গুপ্তাই ভাৰতক প্ৰতিনিধিত্ব কৰিব মিছ ৱৰ্ল্ড ২০২৫ত। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা গুপ্তাৰ জন্ম হৈছিল ২০০৩ বা ২০০৪ চনত (বয়স ২০–২১) ৰাজস্থানৰ কোটাত।
-
নন্দিনী ৰামানী
নন্দিনী ৰামানী ( Nandini Ramani ) চেন্নাইৰ এগৰাকী ভাৰতনাট্যম পাৰংগদ, নৃত্য সমালোচক, সংস্কৃত নাটকৰ অভিনেত্ৰী তথা পৰিচালক আৰু শিক্ষাবিদ। তেওঁ সংস্কৃত পণ্ডিত আৰু সংগীত বিজ্ঞানী ভি ৰাঘৱনৰ কন্যা। কলা ক্ষেত্ৰলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে।
-
নন্দিনী ৰায়
নীলম গৌহৰাণী, যাক পেছাদাৰীভাৱে নন্দিনী ৰায় বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰে। তেওঁ ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ বিজয়ী। মডেলিং কৰাৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।
-
নমিতা থাপাৰ
নমিতা থাপাৰ ( জন্ম:২১ মাৰ্চ,১৯৭৭) এগৰাকী ভাৰতীয় মহিলা উদ্যোগী, ব্যৱসায়িক কাৰ্যবাহী আৰু এঞ্জেল বিনিয়োগকাৰী। তেওঁ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ কাৰ্যবাহী সঞ্চালক। তেওঁ ১০০ তকৈও অধিক কোম্পানীত বিনিয়োগ কৰা চাৰ্ক টেংক ইণ্ডিয়াৰ এগৰাকী বিশিষ্ট বিনিয়োগকাৰী। নমিতা 'থাপাৰ এনট্ৰেনাৰ একাডেমী'ৰ প্ৰতিষ্ঠাপক।
-
নম্ৰতা সুন্দৰেসন
নম্ৰতা সুন্দৰেসন এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, চেফ আৰু চীজমেকাৰ ৷ তেওঁ অনুৰাধা কৃষ্ণমূৰ্তিৰ সৈতে ২০১৭ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷
-
নয়নজোত লাহিড়ী
নয়নজোত লাহিড়ী (Nayanjot Lahiri) প্ৰাচীন ভাৰতৰ ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদ আৰু অশোক বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হিচাপে আছিল।
-
নলিনী পাৰ্থসাৰথি
নলিনী পাৰ্থসাৰথি (Nalini Parthasarathy) পণ্ডিচেৰীৰ এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজসেৱিকা। তেওঁ জিপমাৰ (JIPMER)ৰ শিশু ৰোগ বিভাগৰ প্ৰাক্তন অধ্যাপক আছিল। হিমোফিলিয়া ৰোগত আক্ৰান্ত ৰোগীসকললৈ আগবঢ়োৱা চিকিৎসাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ…
-
নাইটো কোনন
নাইটো কোনন (Naitō Konan, ২৭ আগষ্ট, ১৮৬৬ – ২৬ জুন, ১৯৩৪) এজন জাপানী ইতিহাসবিদ আৰু চাইন’লজিষ্ট। তেওঁ কিয়'ট' স্কুল অৱ ইতিহাস ৰচনাৰ প্ৰতিষ্ঠাপক আছিল আৰু শ্বিৰাট'ৰি কুৰাকিচি (টকিঅ' স্কুলৰ প্ৰতিষ্ঠাপক)ৰ লগতে বিংশ শতিকাৰ আৰম্ভণিত পূব এছিয়াৰ অন্যতম আগশাৰীৰ জাপানী ইতিহাসবিদ আছিল।
-
নাছিম জেহৰা
নাছিম জেহৰা (Nasim Zehra) এগৰাকী পাকিস্তানী সাংবাদিক আৰু লেখক যিয়ে চেনেল ২৪ত প্ৰাইমটাইম কাৰেণ্ট এফেয়াৰ্ছ টকশ্ব' আয়োজন কৰে।
-
নাছিৰা আখতাৰ
নাছিৰা আখতাৰ (: Nasiri Akhter; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৭২) জম্মু আৰু কাশ্মীৰৰ কুলগামৰ এগৰাকী ভাৰতীয় উদ্ভাৱক। স্কুল এৰি বনৌষধিৰ ব্যৱহাৰৰ প্ৰতি আগ্ৰহী হৈ পৰে। ২০০৮ চনত তেওঁ এটা অপ্ৰকাশিত বনৌষধি ব্যৱহাৰ কৰি এটা সমাধান বিচাৰি পাইছিল।
-
নাজনীন ফাৰুক
নাজনিন ফাৰুক (Naznin Faruque, (১ আগষ্ট ১৯৫৪–১৭ ছেপ্টেম্বৰ ২০২০) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমাজকৰ্মী, ৰাজনীতিবিদ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
-
নাদিৰা বেগম
নাদিৰা বেগম (ইংৰাজী: Nadira Begum; মৃত্যু: ৬ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২০১৫ চনত বাংলাদেশ চৰকাৰে তেওঁক শিল্পকলা পদক প্ৰদান কৰে। কুলো কুলো চলো চলো নদী কৰে তলমলৰ দৰে গীতৰ বাবে তেওঁ পৰিচিত।
-
নাদীন আশ্ৰফ
নাদীন আশ্ৰফ (Nadeen Ashraf; জন্ম-১২ মাৰ্চ ১৯৮) এগৰাকী ইজিপ্তৰ নাৰীবাদী কৰ্মী। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইজিপ্তত #MeToo আন্দোলনৰ গুৰি ধৰিছিল। তেওঁ বিবিচিৰ ২০২০ বৰ্ষৰ ১০০ মহিলাৰ তালিকাৰ অংশ।
-
নাহিদ ইছলাম
মো. নাহিদ ইছলাম বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অসহযোগ কাৰ্যসূচীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগৰ এক দফা দাবী ঘোষণা কৰি সফল হয়।
-
নিংনি ভাৱৰীয়া
নিংনি ভাৱৰীয়া বা নিংনি ভাউৰা (জন্ম:১৮৩৫ - মৃত্যু:১৯১৫) বৰপেটা অঞ্চলৰ এজন স্বভাৱ কবি আৰু ৰচিক ভাৱৰীয়া। নিংনিৰ কাৰ্য্য-কলাপ আৰু মুখে মুখে ৰচা ধেমেলীয়া পদ্যই ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল। নিংনি ভাৱৰীয়াৰ একো-একোটা এনে কাৰ্য্যক 'ৰহস্য' বুলি জনা যায়।
-
নিকিতা পোৰৱাল
নিকিতা পোৰৱাল ( ইংৰাজী: Nikita Porwal; জন্ম: ১৬ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪ৰ মুকুট পিন্ধিছিল। নিকিতাই মিছ ৱৰ্ল্ড ২০২৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
-
নিকোল ফিচেলা
নিকোল ফিচেলা (ইংৰাজী: Nicole Fiscella; জন্ম: ১৫ ছেপ্টেম্বৰ, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ দ্য চিডব্লিউ-ৰ কিশোৰ কালৰ নাটকীয় ধাৰাবাহিক গছিপ গাৰ্লত ইছাবেল ক’টছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।