অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নমিতা থাপাৰ

নমিতা থাপাৰ ( জন্ম:২১ মাৰ্চ,১৯৭৭) এগৰাকী ভাৰতীয় মহিলা উদ্যোগী, ব্যৱসায়িক কাৰ্যবাহী আৰু এঞ্জেল বিনিয়োগকাৰী। তেওঁ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ কাৰ্যবাহী সঞ্চালক। তেওঁ ১০০ তকৈও অধিক কোম্পানীত বিনিয়োগ কৰা চাৰ্ক টেংক ইণ্ডিয়াৰ এগৰাকী বিশিষ্ট বিনিয়োগকাৰী। নমিতা 'থাপাৰ এনট্ৰেনাৰ একাডেমী'ৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নমিতা থাপাৰ ( জন্ম:২১ মাৰ্চ,১৯৭৭) এগৰাকী ভাৰতীয় মহিলা উদ্যোগী, ব্যৱসায়িক কাৰ্যবাহী আৰু এঞ্জেল বিনিয়োগকাৰী।১ তেওঁ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ কাৰ্যবাহী সঞ্চালক। ২তেওঁ ১০০ তকৈও অধিক কোম্পানীত বিনিয়োগ কৰা চাৰ্ক টেংক ইণ্ডিয়াৰ এগৰাকী বিশিষ্ট বিনিয়োগকাৰী। নমিতা 'থাপাৰ এনট্ৰেনাৰ একাডেমী'ৰ প্ৰতিষ্ঠাপক।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

নমিতা ব্যৱসায়ী সতীশ ৰমনলাল মেহতাৰ জীয়ৰী।৩৪ নমিতাই ২০০১ চনত ডিউক বিশ্ববিদ্যালয়ৰ ফুকুয়া স্কুল অফ বিজনেছৰ পৰা এমবিএ সম্পূৰ্ণ কৰিছিল আৰু আইচিএআইৰ(ICAI) এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট।৫

কৰ্মজীৱন

এম.বি.এ. সম্পূৰ্ণ কৰাৰ পিছত তেওঁ গুইডাণ্ট কৰ্পোৰেচনত বিজনেছ ফাইনেন্সৰ মুৰব্বীৰ ভূমিকা ল'বলৈ আমেৰিকা লৈ গৈছিল। পিছত তেওঁ ভাৰতলৈ স্থানান্তৰিত হয় আৰু এমকিউৰ ফাৰ্মাচিউটিকেলছত মুখ্য কাৰ্যবাহী বিষয়াৰ ভূমিকা গ্ৰহণ কৰে। ৬পিছলৈ তেওঁ কোম্পানীৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্ত হয়।

দূৰদৰ্শন

থাপাৰ 1, 2, 3 আৰু 4 চিজনৰ চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ৰিয়েলিটি প্ৰ'গ্ৰাম চাৰ্ক টেংক ইণ্ডিয়াত এজন এঞ্জেল বিনিয়োগকাৰী "চাৰ্ক" আছিল।

ব্যক্তিগত জীৱন

নমিতা বিকাশ থাপাৰৰ ৭সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোক দুটা ল'ৰা সন্তানৰ পিতৃ-মাতৃ। সন্তান দুটাৰ নাম হ'ল জয় আৰু বীৰ।৮

তথ্যসূত্ৰ

  1. ↑ (14 March 2024). When Shark Tank India's Namita Thapar addressed being called a 'nepo-kid' and 'papa ki pari'; says 'one needs to have entrepreneurial mindset' - Exclusive. The Times of India
  2. ↑ (10 December 2021). Namita Thapar: Growth Champion
  3. ↑ (13 March 2024). Namita Thapar shuts down troll who asked: 'if daddy's money hadn't been there…'
  4. ↑ Queen size. The Times of India
  5. ↑ namita thapar Profile
  6. ↑ (15 February 2024). Meet Namita Thapar: The businesswoman with a Rs 600 crore net worth, Rs 50 crore mansion, and a taste for luxury
  7. ↑ (May 2023). Namita Thapar, husband Vikas invite Shark Tank India sports pitchers to their home for dinner; former shares their success story. The Times of India
  8. ↑ Shark Tank India judge Namita Thapar lives life queen size with hubby Vikas Thapar and kids; here's all about her early days, education and net worth. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নাগৰিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নমিতা থাপাৰ” প্ৰবন্ধৰ সংশোধন ৪৭২৩৩১ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।