জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দীপালি দত্ত
ডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
দীপিকা বৰগোহাঁই
দীপিকা বৰগোহাঁই ( Dipika Borgohain; জন্ম: ১৯৩২ মৃত্যু: ২০২৪) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে।
-
দীপ্তি ওমচেৰী ভল্লা
দীপ্তি ওমচেৰী ভল্লা, জন্ম ১৯৫৭ চন, দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত আৰু চাৰু-কলা অনুষদৰ কৰ্ণাটকী সংগীতৰ অধ্যাপিকা আৰু এগৰাকী মোহিনিয়াট্টম নৃত্যশিল্পী।
-
দীপ্তি কাপুৰ
দীপ্তি কাপুৰ (জন্ম:-১৯৮০) বৰ্তমান পৰ্তুগালৰ নিবাসী এগৰাকী ভাৰতীয় লেখিকা আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস 'এ বেড কেৰেক্টৰ' ২০১৫ চনত প্ৰকাশিত হয়। ২০২৩ চনত কাপুৰে তেওঁৰ দ্বিতীয় খন উপন্যাস 'এজ অৱ ভাইচ' প্ৰকাশ কৰে যাৰ অধিকাৰ এফএক্স ষ্টুডিঅ'ক এটা মুখ্য টিভি শৃংখলাৰ বাবে বিক্ৰী কৰা হয়।
-
দুখু মাঝি
দুখু মাঝি (Dukhu Majhi) পশ্চিমবংগৰ এগৰাকী পৰিৱেশ কৰ্মী। বিগত পাঁচটা দশকত তেওঁ ৫,০০০ৰো অধিক গছ ৰোপণ কৰিছে। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক পৰিৱেশ- বনানীকৰণৰ ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
-
দুলাৰি কুৰেশি
দুলাৰি কুৰেশি (Dulari Qureshi; জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, শিল্প ইতিহাসবিদ আৰু লেখক। তেওঁ শিল্প, সংস্কৃতি আৰু পৰ্যটন উন্নয়ন আৰু কীৰ্তিচিহ্নসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত ১০০০ৰো অধিক প্ৰবন্ধ লিখিছে।
-
দেৱলিনা ভট্টাচাৰ্য্য
দেৱলিনা ভট্টাচাৰ্য্য (Devoleena Bhattacharjee) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী।তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া জনপ্ৰিয় অনুষ্ঠান সাথ নিভানা সাথিয়াত গোপী মোদীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। বিগ বছ ১৩, বিগ বছ ১৪ আৰু বিগ বছ ১৫ আদি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।
-
দেৱাশ্ৰী চৌধুৰী
দেবাশ্ৰী চৌধুৰী (ইংৰাজী: Debasree Chaudhuri; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰৰ দ্বিতীয় মোদী মন্ত্ৰীসভাৰ নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দেৱী ঘৰ্তী মগৰ
দেৱী ঘৰ্তী মগৰ (নেপালী: देवी घर्ती मगर) এগৰাকী নেপালী লোক-গায়ক। নেপালৰ বাগলুং জিলাৰ ৰামুৱা গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। ২০০৮ চনত ৰাজু ঢাকালৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। ২০০৪ চনত ফ'ক ডুৱেট অনুষ্ঠানত তেওঁ ঢাকালক লগ পাইছিল।
-
দেৱীকা বৈদ্য
দেৱীকা বৈদ্য (জন্ম: ১৩ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ মহাৰাষ্ট্ৰৰ হৈ ঘৰুৱা খেল আৰু ভাৰতৰ মহিলা জাতীয় দলৰ হৈ খেলে। বৈদ্যই শৈশৱত মহাৰাষ্ট্ৰ মণ্ডলত অধ্যয়ন কৰিছিল।
-
দ্বিজ মাধৱ
দ্বিজ মাধৱ, বা মাধবাচাৰ (প্ৰায় ১৬ শতিকা) মধ্যযুগৰ এজন বাংলা কবি আৰু মধ্যযুগীয় বাংলা সাহিত্যৰ চণ্ডীমংগলকাব্য পৰম্পৰাৰ অন্যতম উল্লেখযোগ্য অৱদানকাৰী। তেওঁৰ গ্ৰন্থ সাৰদা চৰিত, যাক সাৰদা মঙ্গল জাগৰণ বা মঙ্গলচণ্ডীৰ গীত নামেৰেও জনা যায়। এইখন সম্ভৱতঃ ১৫৭৯ চনত লিখা হৈছিল।
-
দ্ৰৌপদী ঘিমিৰয়
দ্ৰৌপদী ঘিমিৰয়: Draupadi Ghimiray; এগৰাকী ভাৰতীয় সমাজ কৰ্মী। তেখেত ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হয়। ২০১১ চনত, ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাতিলে স্ত্ৰী শক্তি পুৰস্কাৰ বিতৰণী অনুষ্ঠানত “ৰাণী গাইদিন্লিউ জেলিয়াং বঁটা” সিক্কিমৰ এই গৰাকী মহান নাৰী দ্ৰৌপদী…
-
দৰ্শনা সিং
দৰ্শনা সিং (Darshana Singh; জন্ম: ১০ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ পৰা ভাৰতৰ সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য। তেওঁ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী পদতো অধিষ্ঠিত হৈ আছে।
-
ধাৰী দেৱী
ধাৰী দেৱী হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলৰ শ্ৰীনগৰ আৰু পৌৰী গড়ৱাল জিলাৰ মাজৰ অলকানন্দা নদীৰ পাৰত অৱস্থিত এটা হিন্দু মন্দিৰ। এই মন্দিৰটোত দেৱী ধাৰীৰ মূৰ্তিৰ ওপৰৰ অংশটো প্ৰতিষ্ঠিত হৈ আছে, আনহাতে মূৰ্তিটোৰ তলৰ অংশটো কালীমাথত অৱস্থিত, য'ত তেওঁক দেৱী কালীৰ এক অৱতাৰ হিচাপে পূজা কৰা হয়।
-
ধ্ৰুৱজ্যোতি ঘোষ
ধ্ৰুৱজ্যোতি ঘোষ (Dhrubajyoti Ghosh; ১৯৪৭ – ১৬ ফেব্ৰুৱাৰী ২০১৮) ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ৫০০ বঁটা বিজয়ী, কৃষি পৰিৱেশ তন্ত্ৰৰ বিশেষ উপদেষ্টা, পৰিৱেশ তন্ত্ৰ ব্যৱস্থাপনা আয়োগৰ অংশ, আৰু আই ইউ চি এনৰ দক্ষিণ এছিয়াৰ আঞ্চলিক অধ্যক্ষ আছিল।
-
ন'বেল বঁটা (১৯৮৯)
১৯৮৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯০)
১৯৯০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯১)
১৯৯১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯২)
১৯৯২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৩)
১৯৯৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৪)
১৯৯৪ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৫)
১৯৯৫ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৬)
১৯৯৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৭)
১৯৯৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৮)
১৯৯৮ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (১৯৯৯)
১৯৯৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০০)
২০০০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০১)
২০০১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০২)
২০০২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
-
ন'বেল বঁটা (২০০৩)
২০০৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা: