অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দিতা সাহা

নন্দিতা সাহা: Nandita Saha এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০০৬ চনত মেলবৰ্ণত কমন ৱেলথত খেলত তেওঁ ভাৰতীয় দলেৰে কানাডাক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১০ চনত ছিনিয়ৰ নেচনেল টিটি চেম্পিয়নশ্বিপত মহিলা একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

হালনাগাদ: ১১ মে’ ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নন্দিতা সাহা: Nandita Saha এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০০৬ চনত মেলবৰ্ণত কমন ৱেলথত খেলত তেওঁ ভাৰতীয় দলেৰে কানাডাক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১২৩৪৫৬৭৮ ২০১০ চনত ছিনিয়ৰ নেচনেল টিটি চেম্পিয়নশ্বিপত মহিলা একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত মিক্সড ডাবলছত দুবাৰকৈ সোণৰ পদক বিজয়ী। বিভিন্ন বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপ, কমনৱেলথ চেম্পিয়নশ্বিপ আৰু এছ এ এফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০০২ চনত মানচেষ্টাৰ কমনৱেলথ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।বৰ্তমান অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত।২০০৬ চনৰ মেলব'ৰ্ণ কমনৱেলথ খেলত তেওঁ ভাৰতীয় দলেৰে কানাডাক পৰাস্ত কৰি ব্ৰঞ্জপদক জয় কৰিছিল

তথ্যসূত্ৰ

  1. ↑ (16 June 2003). Nandita, Raman champions. Telegraph India
  2. ↑ (22 January 2011). Nandita brings smile back to Subhajit Saha. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (10 September 2007). Big-time contest for home talents. Telegraph India
  4. ↑ (11 January 2014). From TT court to grand courtship - Ace players proud of 'sporting' life partners. Telegraph India
  5. ↑ GRAHAM GROOM. (17 October 2017). THE COMPLETE BOOK OF THE COMMONWEALTH GAMES. Lulu.com. পৃ. 375–. ISBN 978-0-244-94031-7
  6. ↑ Nandita Saha. CGF
  7. ↑ Table Tennis Team - Women Melbourne 2006. thecgf.com
  8. ↑ (6 December 2001). Ranabir, Nandita clinch titles. দ্য হিন্দু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা সাহা” প্ৰবন্ধৰ সংশোধন ৫০৭৭৪৩ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।