নন্দিনী গুপ্তা:Nandini Gupta হৈছে ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩ৰ মুকুট পিন্ধিছিল।গুপ্তাই ভাৰতক প্ৰতিনিধিত্ব কৰিব মিছ ৱৰ্ল্ড ২০২৫ত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা গুপ্তাৰ জন্ম হৈছিল ২০০৩ বা ২০০৪ চনত (বয়স ২০–২১)১ ৰাজস্থানৰ কোটাত। ২১ ছেইণ্ট পলছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। ৩ তেওঁ উচ্চ শিক্ষাৰ বাবে মুম্বাইৰ লালা লাজপত ৰায় কলেজত অধ্যয়ন কৰি বিজনেছ মেনেজমেণ্টত ডিগ্ৰী লাভ কৰে। ৪
প্ৰতিনিধিত্ব
গুপ্তাই কৈছে যে তেওঁ ১০ বছৰ বয়সৰ পৰাই মিছ ইণ্ডিয়া হ'ব বিচাৰিছিল।৩ ১৯ বছৰ বয়সত২ তেওঁ ৰাজস্থান ৰাজ্যক প্ৰতিনিধিত্ব কৰে আৰু ২০২৩ চনৰ ১৫ এপ্ৰিলত মণিপুৰৰ ইম্ফলত ফেমিনা মিছ ইণ্ডিয়া ২০২৩,৫১৬৭৮৯১০ লাভ কৰে।১১১২ ২০২৫ চনৰ মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিব।১১৩১৪
ফিল্মগ্ৰাফী
বছৰৰ শিৰোনাম ভূমিকা ২০২৪ চনত দ্য হেইষ্ট বিশেষ উপস্থিতি ১৫।
তথ্যসূত্ৰ
- ↑ (16 April 2023). Miss India 2023 winner is Nandini Gupta from Rajasthan, who is she. Hindustan Times
- ↑ Prideaux, Sophie. (2023). Who is Nandini Gupta, the new Femina Miss India World 2023?. The National News
- ↑ (17 April 2023). Who is Nandini Gupta? Rajasthan Girl Who won Miss India 2023 Crown, All You Need to Know.. Jagranjosh.com
- ↑ (16 April 2023). Meet 19-year-old Nandini Gupta from Rajasthan, the newly crowned Miss India 2023. India Today
- ↑ Nandini Gupta, 19-Year-Old From Rajasthan Crowned Miss India 2023. NDTV.com
- ↑ 19-year-old Nandini Gupta Wins Femina Miss India 2023, Know All About Her. Zee News
- ↑ Nandini Gupta wins Femina Miss India 2023. The Times of India
- ↑ (16 April 2023). When Miss India 2023 Nandini Gupta named Priyanka Chopra and Ratan Tata inspiring people in her life. Hindustan Times
- ↑ (16 April 2023). Miss India 2023: राजस्थान की नंदिनी गुप्ता के सिर पर सजा मिस इंडिया 2023 ताज, जानें दूसरे-तीसरे नंबर पर कौन रहा. News18 हिंदी
- ↑ (15 April 2023). Femina Miss India 2023: Know the Venue, Timing, and the List of Contestants this Year. TimesNow
- ↑ (16 April 2023). 19-year-old Nandini Gupta crowned Miss India 2023. Business Today
- ↑ (16 April 2023). Femina Miss India 2023: Know All About the Beauty Pageant Winners. TimesNow
- ↑ (16 April 2023). Nandini Gupta wins Miss India 2023, all the key moments from the night. WION
- ↑ Lothungbeni, Humtsoe. (2023). Nandini Gupta discusses plans for Miss World. The Hans India
- ↑ (24 June 2024). Nandini Gupta to mark her silver screen debut in a thrilling cameo for 'The Heist'. Women's Magazine - Fashion, Beauty, Relationships, Health
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী গুপ্তা” প্ৰবন্ধৰ সংশোধন ৬০২৩৯৭ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।