জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হানা মাখমালবাফ
হানা মাখমালবাফ (ফাৰ্চী: حنا مخملباف; জন্ম ৩ ছেপ্টেম্বৰ ১৯৮৮) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ চলচ্চিত্ৰ নিৰ্মাতা ছমীৰা মাখমালবাফৰ কনিষ্ঠ ভগ্নী আৰু চলচ্চিত্ৰ নিৰ্মাতা মহচেন মাখমালবাফ আৰু ফাতেমেহ মেশ্কিনীৰ কন্যা।
-
হানাদি টাইছি
হানাদি টাইছিৰ আব্দুল মালেক জাৰাদাত (২২ ছেপ্টেম্বৰ ১৯৭৫ – ৪ অক্টোবৰ ২০০৩) আছিল জেনিনৰ এগৰাকী পেলেষ্টাইনী আত্মঘাতী বোমাৰু, যিয়ে ২০০৩ চনৰ ৪ অক্টোবৰ শনিবাৰে ৪০ বছৰতকৈও অধিক সময় ধৰি একেটা ইহুদী আৰু আৰব পৰিয়ালৰ সহ-মালিকানাধীনত থকা হাইফাৰ ৰেষ্টুৰেণ্ট মেক্সিম ৰেষ্টুৰেণ্টত আত্মঘাতী আক্ৰমণ চলাই নিজকে…
-
হানান ইব্ৰাহিম
হানান ইব্ৰাহিম এম বি ই, এগৰাকী ছোমালি সমাজ কৰ্মী। তেওঁ অন্যান্য সংগঠনৰ লগতে বাৰ্নেট মুছলিম মহিলা নেটৱৰ্কৰ অধ্যক্ষ।
-
হানাহ মাৰে’
টেগান লৰেন-হানাহ মাৰে’ (জন্ম: ১ জুলাই ১৯৮৯) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ স্কিনছ (২০০৭–২০০৮, ২০১৩) ধাৰাবাহিকত কেলী আৰু এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অৱ থ্ৰোনচত (২০১২–২০১৯) গীলি চৰিত্ৰত অভিনয় কৰিছিল।
-
হানিফা মালিকোভা
হানিফা মালিকোভা (Hənifə Məlikova, ৫ মে’ ১৮৫৬ – ২ মে’ ১৯২৯) ককেচাছ অঞ্চলত ধৰ্মনিৰপেক্ষ শিক্ষা লাভ কৰা প্ৰথম মুছলমান নাৰীসকলৰ ভিতৰত এগৰাকী আছিল। পিছলৈ তেওঁ আজাৰবাইজানী সাংবাদিক আৰু বৌদ্ধিক চিন্তাবিদ হাসান বেই জাৰদাবিক বিবাহ কৰে আৰু ১৮৭৫ চনৰ পৰা ১৮৭৭ চনলৈ তেওঁৰ সৈতে একেলগে আজাৰবাইজানী ভাষাৰ প্ৰথম…
-
হান্টাৰ শ্বেফাৰ
হান্টাৰ শ্বেফাৰ (ইংৰাজী: Hunter Schafer; জন্ম: ৩১ ডিচেম্বৰ, ১৯৯৮) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। নিউ জাৰ্ছিৰ ট্ৰেণ্টনত জন্মগ্ৰহণ কৰা আৰু উত্তৰ কেৰোলিনাৰ ৰেলীত ডাঙৰ-দীঘল হোৱা শ্বেফাৰে ২০১৬ চনত উত্তৰ কেৰোলিনাৰাজহুৱা সুবিধাৰ গোপনীয়তা আৰু সুৰক্ষা আইনৰ বিৰুদ্ধে এখন গোচৰত যোগদান কৰি…
-
হান্না
আন্না ভ্লাদিমিৰোভনা ইভানোভা (ইংৰাজী: Anna Vladimirovna Ivanova; জন্ম: ২৩ জানুৱাৰী ১৯৯১) পেছাদাৰীভাৱে হান্না (ৰাছিয়ান: Ханна) নামেৰে পৰিচিত এগৰাকী ৰাছিয়ান গায়িকা আৰু মডেল।
-
হান্না আজৌলে হাছফাৰী
হান্না আজৌলে-হাছফাৰী (Hanna Azoulay-Hasfari; জন্ম: ২৯ জুন, ১৯৬০) এগৰাকী ইজৰাইলী অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু দুবাৰকৈ অফিৰ বঁটা বিজয়ী।
-
হান্না আল ৰছিদ
হান্না আল ৰছিদ (ইংৰাজী: Hannah Al Rashid; জন্ম: ২৫ জানুৱাৰী ১৯৮৬) এগৰাকী ব্ৰিটিছ-ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। বুগিছ আৰু ফৰাচী বংশোদ্ভূত হান্না মূলতঃ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত।
-
হান্না কুৰ্ণিয়াৱতী
হান্না কুৰ্ণিয়াৱতী (ইংৰাজী: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ।
-
হান্না ডড
হান্না ফ্ৰান্সেস্কা কেটি ডড (জন্ম ১৭ মে ১৯৯৫) এগৰাকী ইংৰাজ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ প্ৰথমে মডেলিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছত অভিনয়ত প্ৰৱেশ কৰে।
-
হান্না ডামাচিঅ’
হান্না ডামাচিঅ’ হৈছে সজ্ঞাত্মক স্নায়ুবিজ্ঞানৰ বিজ্ঞানী। কম্পিউটাৰাইজড ট’ম’গ্ৰাফী আৰু মেগনেটিক ৰেজোনেন্স ইমেজিং ব্যৱহাৰ কৰি তেওঁ মানুহৰ মগজুৰ গঠন অনুসন্ধানৰ পদ্ধতি উদ্ভাৱন কৰিছে আৰু ক্ষত পদ্ধতি আৰু কাৰ্য্যকৰী নিউৰ’ইমেজিং দুয়োটা ব্যৱহাৰ কৰি ভাষা, স্মৃতিশক্তি আৰু আৱেগৰ দৰে কাৰ্য্যসমূহৰ বিষয়ে…
-
হান্স খ্ৰীষ্টিয়ান গ্ৰাম
হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক।
-
হান্স জিমাৰ
হান্স ফ্লৰিয়ান জিমাৰ (Hans Zimmer, জন্ম-১২ ছেপ্টেম্বৰ ১৯৫৭)এজন জাৰ্মান চলচ্চিত্ৰ সুৰকাৰ আৰু সংগীত প্ৰযোজক। জিমাৰে দুটা একাডেমী বঁটা, এটা বাফটা বঁটা, পাঁচটা গ্ৰেমী বঁটা লাভ কৰাৰ লগতে ৭টা এমি বঁটা আৰু এটা টনি বঁটাৰ বাবে মনোনীত হৈছে।
-
হাবিবা হুছেইন হাবিব
হাবিবা হুছেইন হাবিব (ইংৰাজী: Habeeba Hussain Habeeb; ৯ ছেপ্টেম্বৰ ১৯৩০ – ২১ নৱেম্বৰ ২০২২) এগৰাকী মালদ্বীপৰ লেখিকা, পুথিভঁৰালী আৰু মালদ্বীপৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁ ৰজা মহম্মদ শ্বামছুদ্দিন তৃতীয়ৰ নাতিনী আছিল।
-
হাবিবুল্লাহ লতিফী
হাবিবুল্লাহ লাতিফি (Habibollah Latifi) আজাদ বিশ্ববিদ্যালয়ৰ এজন কুৰ্দি-ইৰাণী আইন ছাত্ৰ আৰু ইৰাণৰ ইছলামিক বিপ্লৱী আদালতে 'মোহাৰেবেহ' অৰ্থাৎ "ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা"ৰ অভিযোগত মৃত্যুদণ্ড দিয়া এজন কুৰ্দি অধিকাৰ কৰ্মী।
-
হাব্বা খাতুন
হাব্বা খাতুন জন্ম জোন ৰাথাৰ (কাশ্মীৰী উচ্চাৰণ: [zuːn])। যাক সন্মানীয় উপাধি দ্য নাইটিংগেল অফ কাশ্মীৰ বুলিও জনা যায়। ষোড়শ শতিকাৰ এগৰাকী কাশ্মীৰী মুছলমান কবি আৰু তপস্বী আছিল। তেওঁ ৰজা ইউছুফ শ্বাহ চাকৰ সহধৰ্মিনী আছিল, কিন্তু গীতৰ ৰাণী হিচাপে অমৰত্ব লাভ কৰিছিল।
-
হামজা বেনডল্লাজ
হামজা বেনডেল্লাজ (Hamza Bendelladj), সম্পূৰ্ণ নাম ডেনিয়েল হামজা বেনডেল্লাজ, অনেকৰ মতে অনলাইন ৰবীন হুড আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰখনত জড়িত অনেকৰ বাবে মূৰৰ কামোৰণি সদৃশ।
-
হামামাত মণ্টিয়া
হামামাত মণ্টিয়া (ইংৰাজী: Hamamat Montia; জন্ম: ২২ জুলাই, ১৯৮৮) এগৰাকী ঘানাৰ মডেল, উদ্যমী আৰু সাংস্কৃতিক অধিবক্তা। তেওঁ এগৰাকী প্ৰাক্তন মিছ মালাইকা ঘানা বিজয়ী আৰু মডেল অফ আফ্ৰিকা ইউনিভাৰ্ছ।
-
হামিদ এনায়েত
হামিদ এনায়েত (حمید عنایت; ১৯৩২ তেহৰাণ, ইৰান- ১৯৮২) এজন ইৰানী ৰাজনৈতিক বিজ্ঞানী আৰু অনুবাদক আছিল।
-
হামিদা হোছেইন
হামিদা হোছেইন Hameeda Hossain(জন্ম ১৯৩৬) এগৰাকী বাংলাদেশী মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। বাংলাদেশ, ইছলাম আৰু বিশ্বজুৰি মানৱ অধিকাৰ আৰু নাৰী বিষয়ৰ সৈতে জড়িত বহুতো কিতাপ আৰু প্ৰবন্ধ তেওঁ লিখিছে। আইনী সাহায্য আৰু মানৱ অধিকাৰ সংগঠন আইন অ’ ছালিছ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য।
-
হামিদেহ খেইৰাবাদী
হামিদেহ খেইৰাবাদী (জন্ম ২১ ডিচেম্বৰ, ১৯২৪ – মৃত্যু ১৯ এপ্ৰিল, ২০১০) আছিল এগৰাকী ইৰানী চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। তেওঁ ২০০তকৈও অধিক পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু ২০টাতকৈও অধিক দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছিল। ইৰানত তেওঁক মৰমেৰে নাদেৰেহ আৰু ইৰানী চিনেমাৰ মাতৃ বুলি সম্বোধন কৰা হয়।
-
হায়াচিন্থ ৱিজেৰত্নে
থ্ৰীৰিচ হায়াচিন্থ ৱিজেৰত্নে (৩ অক্টোবৰ ১৯৪৬ – ৩১ জুলাই ২০২১) শ্ৰীলংকান চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল। চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ কাৰুমাক্কাৰায়ো, তাৰকা মল আৰু হো গানা পুকুনাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত আছিল।
-
হায়েদেহ
মাছৌমেহ দাদেহবালা হায়েদেহ নামেৰে জনাজাত। ( ১০ এপ্ৰিল ১৯৪২ – ২০ জানুৱাৰী ১৯৯০) নামেৰে পৰিচিত আছিল পাৰ্চী শাস্ত্ৰীয়, লোক আৰু পপ সংগীতৰ এগৰাকী ইৰাণী গায়িকা। দুটা দশকৰো অধিক সময় সংগীত জগতত সক্ৰিয় আছিল আৰু ২০ শতিকাৰ ইৰাণৰ অন্যতম জনপ্ৰিয় গায়িকা হিচাপে গণ্য কৰা হয়।
-
হালধীয়া সাংবাদিকতা
হালধীয়া সাংবাদিকতাক (Yellow Journalism বা Yellow Press) সাংবাদিকতাৰ এটা হীন প্ৰকাৰ বুলি গণ্য কৰা হয়, যাৰ উদ্দেশ্য সাংবাদিকতাৰ নীতি-বহিৰ্ভূত পদ্ধতিৰে বাতৰি কাকতৰ বিক্ৰি বঢ়োৱা।
-
হাৰুকা আয়াসি
আয়া টাডামাৰু (ইংৰাজী: Aya Tademaru; জন্ম: ২৪ মাৰ্চ, ১৯৮৫) তেওঁৰ মঞ্চ নাম হাৰুকা আয়াসি নামেৰেহে অধিক পৰিচিত। তেওঁ এগৰাকী জাপানী অভিনেত্ৰী যিয়ে ২০০০ চনত এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।
-
হাৰুনা কাৱাগুচি
হাৰুনা কাৱাগুচি (Haruna Kawaguchi; জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৯৫) কেন-অন এজেঞ্চীৰ অধীনস্থ এগৰাকী জাপানী অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ ঔৰান হাইস্কুল হোষ্ট ক্লাব (২০১২), পিঅ'ভি: নৰোৱাৰেটা ফিল্ম (২০১২), জেক্কো গাক্কিউ (২০১৩), ছেই "আই লাভ ইউ" (২০১৪) আৰু ৱান উইক ফ্ৰেণ্ডছ (২০১৭) ছবিত মুখ্য চৰিত্ৰত অভিনয়…
-
হিজাব ইমতিয়াজ আলী
হিজাব ইমতিয়াজ আলী (: Hijab Imtiaz Ali ১৯০৮–১৯৯৯) এগৰাকী লেখিকা, সম্পাদক আৰু দিনলিপি লেখিকা আছিল। উৰ্দু সাহিত্যৰ এগৰাকী সুপৰিচিত নাম আৰু উৰ্দু ভাষাত ৰোমান্টিকতাৰ পথ প্ৰদৰ্শক। ১৯৩৬ চনত তেওঁৰ চৰকাৰী পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত তেওঁক প্ৰথমগৰাকী মহিলা মুছলমান পাইলট হিচাপেও গণ্য কৰা হয়।
-
হিন্দুস্থান সমাচাৰ
হিন্দুঃস্থান সমাচাৰ (ইংৰাজী: Hindusthan Samachar) হৈছে ভাৰতৰ প্ৰথমটো বহুভাষিক সংবাদ সংস্থা। ২০০ তকৈও অধিক বাতৰি কাকত আৰু দূৰদৰ্শন আদিকে ধৰি প্ৰায় সকলোবোৰ সংবাদ চেনেলে এই সংস্থাৰ সেৱা গ্ৰহণ কৰিছে।
-
হিমাংশী খুৰানা
হিমাংশী খুৰানা (ইংৰাজী: Himanshi Khurana; জন্ম: ২৭ নৱেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু গায়িকা, যিয়ে মূলতঃ পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। তেওঁ পঞ্জাবী ছবি সাড্ডা হকত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।