জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জোঠী ভেংকটাচালাম
জোঠী ভেংকটাচালাম (: Jothi Venkatachalam; জন্ম: ২৭ অক্টোবৰ ১৯১৭, মৃত্যুৰ তাৰিখ অজ্ঞাত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে কেৰালাৰ ৰাজ্যপাল আৰু তামিলনাডুৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জোতিমণি চেনিমলাই
জোতিমণি চেনিমলাই (Jothimani Sennimalai; জন্ম: ৯ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সাহিত্যিক, সমাজকৰ্মী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০১৯ চনত তামিলনাডুৰ কাৰুৰৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল।
-
জোনাছ মাছেট্টি
জোনাছ মাছেট্টি ( Jonas Masetti) যাক পৰম্পৰাগত নাম বিশ্বনাথ’ বুলিও জনা যায়। তেওঁ ব্ৰাজিলৰ অদ্বৈত বেদান্ত, সংস্কৃত আৰু যোগৰ শিক্ষক। ৰিঅ' ডি জেনেইৰ'ৰ পেট্ৰ'পলিছত অৱস্থিত ইনষ্টিটিউট বিশ্ব বিদ্যাৰ প্ৰতিষ্ঠাপক আৰু স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰত্যক্ষ শিষ্য।
-
জোয়ানা শ্বাফহাউজেন
জোয়ানা শ্বাফহাউজেন এগৰাকী আমেৰিকান ৰহস্য ঔপন্যাসিকা আৰু প্ৰাক্তন বিজ্ঞান সাংবাদিক। তেওঁ মহিলা নায়িকাৰ ওপৰত দুখন ধাৰাবাহিকৰ ৯খন উপন্যাস ৰচনা কৰিছে, য’ত থ্ৰিলাৰ আৰু আৰক্ষীৰ প্ৰক্ৰিয়াগত উপাদান আছে, যিবোৰ চাৰিটা ভাষালৈ অনুবাদ কৰা হৈছে।
-
জোয়েল মোকিৰ
জোয়েল মোকিৰ (יואל מוקיר) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু বুৰঞ্জীৰ অধ্যাপক আৰু কলা আৰু বিজ্ঞানৰ ৰবাৰ্ট ষ্ট্ৰট্জ অধ্যাপক। তদুপৰি, তেওঁ ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ এইটান স্কুল অৱ ইকনমিক্সত চেক্লাৰ প্ৰেফচৰিয়েল ফেল'।
-
জোহানা হাৰ্ড
জোহানা হাৰ্ড, জন্ম নাম জংবাৰ্গ (৩ ডিচেম্বৰ ১৭৮৯ – ১২ মাৰ্চ ১৮৫১), এগৰাকী ছুইডেনৰ জলদস্যু আছিল।
-
জোহানা ৱেলিন
জোহানা ৱেলিন ( Johanna Welin; জন্ম: ২৪ জুন ১৯৮৪) এগৰাকী ছুইডেনত জন্মগ্ৰহণ কৰা জাৰ্মান ২.০ পইণ্ট হুইলচেয়াৰ বাস্কেটবল খেলুৱৈ। তেওঁ জাৰ্মান হুইলচেয়াৰ বাস্কেটবল লীগত ইউ এছ চি মিউনিখৰ হৈ খেলিছিল আৰু ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত সোণৰ পদক লাভ কৰা জাতীয় দলটোৰ হৈ খেলিছিল, ইয়াৰ…
-
জোহানেচ ব্ৰাম্স
জোহানেচ ব্ৰাম্স (Johannes Brahms; ৭ মে' ১৮৩৩ – ৩ এপ্ৰিল ১৮৯৭) এগৰাকী জাৰ্মান সংগীতজ্ঞ, গীতিকাৰ আৰু পিয়ানিষ্ট আছিল। তেওঁ ৰোমান্যুটিক গৰ অন্যতম সৰ্বশ্ৰেষ্ঠ সংগীতকাৰ হিচাপে পৰিগণিত, আৰু Ludwig van Beethoven-ৰ পৰৱৰ্তী সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কণ্ঠ আৰু বাদ্য সংগীতৰ সৃষ্টিকৰ্তাসকলৰ ভিতৰত এজন আছিল।
-
জোহৰা বেনচেম্ৰা
জোহৰা বেনচেম্ৰা ( Zohra Bensemra; জন্ম অক্টোবৰ ১৯৬৮) এগৰাকী আলজেৰিয়ান ফটোগ্ৰাফাৰ, যিয়ে মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু এছিয়াত কাম কৰে। বৰ্তমান আফ্ৰিকাত থাকে।
-
জোহৰা ৰাছেখ কাছানিয়ান
জোহৰা ৰাছেখ কাছানিয়ান ( Zohra Rasekh Kashanian; ৭ ফেব্ৰুৱাৰী ১৯৬৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী আফগান চিকিৎসক, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। দ্য তালিবানছ ৱাৰ অন উইমেন: এ হেল্থ এণ্ড হিউমেন ৰাইটছ ক্ৰাইচিছ ইন আফগানিস্তান নামৰ প্ৰতিৱেদনৰ সহ-লেখিকা হিচাপে গ্ল’বেল ৱাচ গ্ৰুপ (জি ডব্লিউ জি), ফিজিচিয়ানছ ফৰ…
-
জোহৰেহ জুয়া
জোহৰেহ জুয়া (ফাৰ্চী: زهره جویا) হৈছে ইৰানৰ মাশহাদৰ এগৰাকী কণ্ঠশিল্পী।
-
জোৱা মৰাণী
জোৱা মৰাণী (ইংৰাজী: Zoa Morani; জন্ম: ২৯ মাৰ্চ ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যিয়ে বলীউডৰ ছবিত অভিনয় কৰে। তেওঁ চলচ্চিত্ৰ আৰু ৱেব চিৰিজত অভিনয় কৰিছে। তেওঁৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত অলৱেজ কভি কভি (২০১১), ভাগ জনী (২০১৫), তৈশ (২০২০) আৰু টিউজডেজ এণ্ড ফ্ৰাইডেজ (২০২১) অন্যতম।
-
জোৱান স্মলছ
জোৱান স্মলছ ৰড্ৰিগেজ (জন্ম ১১ জুলাই, ১৯৮৮) এগৰাকী পুৱাৰ্টো ৰিকান মডেল আৰু দূৰদৰ্শন ব্যক্তিত্ব। ২০১১ চনত তেওঁ এষ্টে লডাৰ প্ৰসাধন সামগ্ৰীৰ প্ৰতিনিধিত্ব কৰা প্ৰথম লাতিনা মডেল হিচাপে ইতিহাস সৃষ্টি কৰে।
-
জোৱানা হফমেন
জোৱানা কেৰিন হফমেন (জন্ম ২৭ জুলাই, ১৯৫৫) এগৰাকী পোলেণ্ড-আমেৰিকান বিপণন কাৰ্যবাহী। তেওঁ এপল মেকিনটছ দল আৰু নেক্সট দল দুয়োটাৰে অন্যতম মূল সদস্য আছিল। এপল কম্পিউটাৰত আৰম্ভ কৰাৰ সময়ত মেক "এতিয়াও এটা গৱেষণা প্ৰকল্প" আছিল।
-
জৌনা মুৰ্মু
জৌনা মুৰ্মু (Juuna Murmu; জন্ম: ১৬ আগষ্ট ১৯৯০) ওড়িশাৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট দৌৰবিদ আৰু হাৰ্ডলাৰ. তেওঁ ৪০০ মিটাৰ আৰু ৪০০ মিটাৰ হাৰ্ডলছত বিশেষজ্ঞ। তেওঁৰ ঘৰ ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ অন্তৰ্গত ৷ তেওঁ অৰুণ কুমাৰ দাস আৰু সুবাস চন্দ্ৰ দাসমোহাপাত্ৰৰ পৰা প্ৰশিক্ষকতা লাভ কৰিছে।
-
জ্ঞানু ৰাণা
জ্ঞানু ৰাণা (ইংৰাজী: Gyanu Rana, নেপালী: ज्ञानु राणा; জন্ম: ৩ অক্টোবৰ, ১৯৪৯) এগৰাকী নেপালী লোক-গায়িকা৷ জ্ঞানু ৰাণাৰ জন্ম হৈছিল নেপালৰ বাতুলেচৌৰ, পখৰাত৷ তেওঁ "শিৰি মা শিৰি নি কাঞ্চা" আৰু "মাঞ্চে কো মায়া য়াহা" আদি জনপ্ৰিয় নেপালী গীত লিখিছিল আৰু নাৰায়ণ গোপালৰ সৈতে গাইছিল।
-
জ্যোতি কিষাঞ্জী
জ্যোতি কিষাঞ্জী আমগে (: Jyoti Kishanji Amge; জন্ম: ১৬ ডিচেম্বৰ ১৯৯৩) ২০১১ চনৰ ১৬ ডিচেম্বৰত আমগেৰ ১৮ বছৰীয়া জন্মদিনৰ পিছত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁক ৬২.৮ চেণ্টিমিটাৰ (২ ফুট ৩⁄৪ ইঞ্চি) উচ্চতাৰে আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাপে ঘোষণা কৰে।
-
জ্যোতি কিৰিত পাৰিখ
জ্যোতি কিৰিত পাৰিখ: Jyoti Kirit Parikh;এগৰাকী বৰ্তমানৰ ইন্টিগ্ৰেটেড ৰিচাৰ্চ এণ্ড একচন ফৰ ডেভেলপমেণ্ট (IRADe)ৰ কাৰ্যবাহী সঞ্চালক। তেখেতে জলবায়ু পৰিৱৰ্তন –ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰিষদৰ সদস্য আছিল আৰু ২০০৭ চনত আইপিচিচিৰ লেখকসকলক প্ৰদান কৰা নোবেল বঁটা লাভ কৰিছিল।
-
জ্যোতি ম্হাপছেকাৰ
জ্যোতি ম্হাপছেকাৰ: Jyoti Mhapsekar(জন্ম প্ৰায় ১৯৫০) এগৰাকী ভাৰতীয় বঁটা বিজয়ী। তেওঁ সমাজকৰ্মী, নাট্যকাৰ আৰু গ্ৰন্থাগাৰিক হিচাপে পৰিচিত। তেওঁ স্ত্ৰী মুক্তি সংঘঠনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি হিচাপে বিশেষভাৱে জনাজাত।
-
জ্যোতি য়াৰাজী
জ্যোতি য়াৰাজী (Jyothi Yarraji; জন্ম: ২৮ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ এইক্ষেত্ৰত ১০০ মিটাৰ হাৰ্ডলছক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০২২ চনৰ ১০ মে'ত অনুৰাধা বিশ্বলে ১৩.২৩ ছেকেণ্ড দৌৰি ৰচনা কৰা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি ১০০ মিটাৰ হাৰ্ডলছৰ ভাৰতীয় খেলুৱৈৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।
-
জ্যোতিকা জ্যোতি
জ্যোতিকা জ্যোতি (ইংৰাজী: Jyotika Jyoti) এগৰাকী বাংলাদেশী অভিনেত্ৰী। কবৰী চৰোৱাৰৰ পৰিচালনাত নিৰ্মিত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আয়না ২০০৫ চনত মুক্তি পাইছিল।
-
জ্যোতিষ শিকদাৰ
জ্যোতিষ শিকদাৰ (জন্ম: ১০ নৱেম্বৰ ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ। আশীৰ দশকৰ পৰা প্ৰান্তিক আলোচনীৰ জৰিয়তে তেওঁ সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহত প্ৰেম, জীৱনৰ বিষাদ, সমাজচেতনা আদি বিষয়ৰ সুদক্ষ প্ৰতিফলন দেখা যায়।
-
জ্যোৎস্না ভট্ট
জ্যোৎস্না জ্যোতি ভট্ট (৬ মাৰ্চ ১৯৪০–১১ জুলাই ২০২০) এগৰাকী ভাৰতীয় চিৰামিক শিল্পী আৰু কুমাৰ আছিল। তেওঁ প্ৰথমে মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়, বৰোদাত অধ্যয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত তাতেই চল্লিশ বছৰ ধৰি অধ্যাপনা কৰিছিল।
-
জ্যোৎস্না মিলন
জ্যোৎস্না মিলন (ইংৰাজী: Jyotsna Milan; ১৯ জুলাই ১৯৪১ – ৪ মে' ২০১৪) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখিকা, কবি আৰু সম্পাদিকা আছিল। তেওঁ দুখন উপন্যাস, কেইবাখনো চুটিগল্প সংকলন আৰু দুখন কবিতা সংকলন প্ৰকাশ কৰিছিল। তেওঁ গুজৰাটী আৰু হিন্দী দুয়োটা ভাষাতে লিখা-মেলা কৰিছিল।
-
জ্যোৎস্না য়াগনিক
জ্যোৎস্না য়াগনিক (Jyotsna Yagnik) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ আৰু শিক্ষাবিদ।
-
জ্যোৎস্না শ্ৰীকান্ত
জ্যোৎস্না শ্ৰীকান্ত (Jyotsna Srikanth) এগৰাকী ভাৰতীয় বেহালা বাদক আৰু সুৰকাৰ, কৰ্ণাটকী সংগীত আৰু পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ এগৰাকী পৰিৱেশক।
-
জৰীণা
জৰীণা হাছমি (ইংৰাজী: Zarina Hashmi; জন্ম: ১৬ জুলাই ১৯৩৭ – ২৫ এপ্ৰিল ২০২০, পেছাগতভাৱে জাৰিনা নামেৰে পৰিচিত) নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় আমেৰিকান শিল্পী আৰু প্ৰিণ্টমেকাৰ। তেওঁৰ কাম চিত্ৰ অংকন, প্ৰিণ্টমেকিং, আৰু ভাস্কৰ্য্যৰ বিষয়ে।
-
জৰ্জ অৰৱেল
এৰিক আৰ্থাৰ ব্লেয়াৰ( ইংৰাজী; Eric Arthur Blair; (২৫ জুন ১৯০৩ – ২১ জানুৱাৰী ১৯৫০) এজন ইংৰাজ ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক আৰু সমালোচক আছিল। জৰ্জ অৰৱেল নামেৰে তেওঁ অধিক জনাজাত।
-
জৰ্জ জোচেফ কে
জৰ্জ জোচেফ কে (George Joseph K., জন্ম:১৯৫৫), এগৰাকী ভাৰতীয় গল্পকাৰ, ঔপন্যাসিক, কবি আৰু সাংবাদিক, যি মালয়ালম ভাষাত লিখে। বৰ্তমানলৈ তেওঁৰ ৯ খন কিতাপ প্ৰকাশ হৈছে।
-
জৰ্জ ফেড্ৰিক হাণ্ডেল
জৰ্জ ফেড্ৰিক হাণ্ডেল (Georg Friedrich Händel; ২৩ ফেব্ৰুৱাৰী ১৬৮৫ – ১৪ এপ্ৰিল ১৭৫৯) আছিল এগৰাকী জাৰ্মান-আংলিক গীতিকাৰ, যিয়ে মূলত বাৰোক যুগত অপেৰা, অৰাট’ৰিয়’, আৰু অৰ্গেন সংগীতত প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল আৰু লণ্ডনত তেওঁৰ সংগীতিক জীৱনৰ বৃহৎ অংশ অতিবাহিত কৰিছিল।