ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্বচ্ছ ভাৰত অভিযান
স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আবশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা।
-
১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১৭ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ভোটদান হোৱা এই নিৰ্বাচনটোত ৫২০খন এজনীয়া সদস্যৰ আসনে ভাৰতৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। বিগত নিৰ্বাচনটোতকৈ আসনৰ সংখ্যা ২খন বৃদ্ধি পাইছিল।
-
১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ইন্দৰ কুমাৰ গুজৰাল চৰকাৰৰ পতন আৰু ১৯৯৬ চনত গঠন কৰা দ্বাদশ লোকসভাৰ ভঙ্গ হোৱাৰ পিছত অনুষ্ঠিত হৈছিল। জৈন কমিচনৰ প্ৰতিবেদনত ৰাজীৱ গান্ধী হত্যা ষড়যন্ত্ৰত দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম জড়িত বুলি উল্লেখ থকাৰ অভিযোগ উঠে।
-
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী অসম বা SDRF ASSAM (State Disaster Response Force, Assam) হৈছে যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত ক্ষিপ্ৰ আৰু ফলপ্ৰসূভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ উদ্দেশ্যেৰে ১৫ ডিচেম্বৰ ২০১১ তাৰিখে গঠন কৰা এক বিশেষ আৰক্ষী বাহিনী।
-
ইনাৰ লাইন পাৰ্মিট
ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit; সংক্ষেপে আইএলপি) হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি।
-
উত্তৰ পূব পৰিষদ
উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল।
-
উমৰোই বিধানসভা সমষ্টি
উমৰোই বিধানসভা সমষ্টি (Umroi Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। মেঘালয় ৰাজ্য গঠনৰ সময়তে ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো ৰি-ভোই জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
গান্ধী–আৰউইন চুক্তি
গান্ধী–আৰউইন চুক্তি (Gandhi–Irwin Pact) আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি।
-
জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯
জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (Jammu and Kashmir Reorganisation Act, 2019) ভাৰতৰ সংসদে গ্ৰহণ কৰা এখন আইন। ইয়াত জম্মু আৰু কাশ্মীৰ ৰাজ্যখনক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰাৰ ব্যৱস্থা ৰখা হৈছে। আইনখন ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা বলবৎ হ’ব।
-
জাপানৰ সংবিধান
জাপানৰ সংবিধান (শ্বিঞ্জিটাই:, ক্যুজিটাই:, হেপবাৰ্ণ: Nihon-koku kenpō) জাপান দেশৰ সংবিধান আৰু সৰ্বোচ্চ আইন। এই সংবিধানৰ প্ৰায় অংশই আমেৰিকী অসামৰিক বিষয়াই লিখা, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তি শাসন কালত।
-
তুৰা লোকসভা সমষ্টি
তুৰা লোকসভা সমষ্টি (Tura Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ দুটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম (আনটো হৈছে শ্বিলং)। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ পিছত এই সংসদীয় সমষ্টিটো গঠন কৰা হৈছিল।
-
দক্ষিণ শ্বিলং বিধানসভা সমষ্টি
দক্ষিণ শ্বিলং বিধানসভা সমষ্টি (South Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
-
নংপোহ বিধানসভা সমষ্টি
নংপোহ বিধানসভা সমষ্টি (Nongpoh Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। মেঘালয় ৰাজ্য গঠনৰ সময়তে ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো ৰি-ভোই জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
পূব শ্বিলং বিধানসভা সমষ্টি
পূব শ্বিলং বিধানসভা সমষ্টি (East Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
-
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়। এই মন্ত্ৰালয়ৰ নেতৃত্ব আছে সচিব পদবীৰ জ্যেষ্ঠতম আইএএছ বিষয়া। মন্ত্ৰালয়ৰ দপ্তৰ বৰ্তমান কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ হাতত আছে।
-
বাঁও-সোঁ ৰাজনৈতিক বৰ্ণালী
বাওঁ–সোঁ ৰাজনৈতিক বৰ্ণালী (Left–right political spectrum) মানে এক ৰাজনৈতিক অৱস্থান, মতাদৰ্শ আৰু দলসমূহৰ শ্ৰেণীবিভাজনৰ ব্যৱস্থা, য’ত সামাজিক সমতা আৰু সামাজিক স্তৰবৃত্তৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসনৰ অধিকাৰ লাভ কৰে। বেছিভাগ স্বায়ত্বশাসিত জিলা পৰিষদ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত। আন দুখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত।
-
মাওফ্লাং বিধানসভা সমষ্টি
মাওফ্লাং বিধানসভা সমষ্টি (Mawphlang Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। মেঘালয় ৰাজ্য গঠনৰ সময়তে ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ।
-
মাওহাটি বিধানসভা সমষ্টি
মাওহাটি বিধানসভা সমষ্টি (Mawhati Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ সময়তে এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো ৰি-ভোই জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
মাওৰিঙকনেং বিধানসভা সমষ্টি
মাওৰিঙকনেং বিধানসভা সমষ্টি (Mawryngkneng Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
-
সুকীয়া
সুকীয়া হৈছে এলজিবিটি (LGBT) অৰ্থাৎ সমকামী নাৰী, সমকামী পুৰুষ, উভকামী আৰু ৰূপান্তৰকামী ব্যক্তিসকলৰ অধিকাৰৰ বাবে কাম কৰা বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ তথা প্ৰথম এনে ধৰণৰ প্ৰতিষ্ঠান।
-
১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩ আৰু ৬ জানুৱাৰী তাৰিখে্ মুঠ ৫৪২টা লোকসভা সমষ্টিৰ ভিতৰত ৫২৯টাত অনুষ্ঠিত হৈছিল। মেঘালয়ৰ শ্বিলং আৰু অসমৰ ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, স্বায়ত্বশাসিত জিলা, নগাওঁ, লখিমপুৰ, তেজপুৰ, মঙলদৈ, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী- এই ১৩টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা…
-
১৯৯৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৯ ৫ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ কাৰ্গিল যুদ্ধৰ কেইমাহমান পিছতে অনুষ্ঠিত হৈছিল। ত্ৰয়োদশ লোকসভা গঠন কৰাৰ উদ্দেশে অনুষ্ঠিত কৰা এই নিৰ্বাচনৰ এক বিশেষ ঐতিহাসিক গুৰুত্ব আছে।
-
অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ তালিকা
প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে।
-
আই এম ডি টি আইন, ১৯৮৩
আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, ১৯৮৩ (Illegal Migrants (Determination by Tribunal) Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।
-
ইজিপ্তত লিংগ বৈষম্য
ইজিপ্তত পৰম্পৰাগত লিংগ ভূমিকা প্ৰচলিত আৰু স্পষ্টভাৱে সংজ্ঞায়িত। এই ভূমিকাসমূহ বহুলাংশে পৰম্পৰাগত ইছলামিক পৰিয়ালৰ গাঁথনিৰ সৈতে জড়িত, য’ত মহিলাৰ ভূমিকা ঘৰুৱা ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু পুৰুষৰ ভূমিকা ৰাজহুৱা ক্ষেত্ৰৰ সৈতে জড়িত।
-
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।
-
কিষাণ মজদুৰ প্ৰজা পাৰ্টি
কিষাণ মজদুৰ প্ৰজা পাৰ্টি বা চমুকৈ প্ৰজা পাৰ্টি (Kisan Mazdoor Praja Party) ভাৰতৰ এটা অধুনা বিলুপ্ত ৰাজনৈতিক দল। ১৯৫১ চনত স্থাপিত হোৱা এই দলটোৱে ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ পিছৰ বছৰত পুনৰ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে।
-
কোকৰাঝাৰ সংঘৰ্ষ ২০১২
২০১২ চনৰ জুলাই মাহত অসমৰ কোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল। প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা। ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল। ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।
-
কোচি পৌৰ নিগম
কোচি পৌৰ নিগম (ইংৰাজী: Kochi Municipal Corporation) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰখন পৰিচালনা কৰা পৌৰ নিগম। এই নিগমে কোচি চহৰৰ ৯৪.৮৮ কিলোমিটাৰ বৰ্গক্ষেত্ৰ পৰিচালনা কৰে আৰু সেই অঞ্চলৰ ভিতৰত ইয়াৰ জনসংখ্যা ৬৭৭,৩৮১। ই ৰাজ্যখনৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ নিগম।