৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 53, চমুকৈ NH 53) হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে অসমৰ বদৰপুৰ আৰু মণিপুৰৰ নুঙবাৰ মাজত সংযোগ স্থাপন কৰিছে। বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)টোৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 320 কি.মি.। ইয়াৰে 100 কি.মি. অসমত আৰু 220 কি.মি. মণিপুৰত আছে।১
সংযোজিত স্থানসমূহ
- শিলচৰ
- কাশিপুৰ
- বাঞ্চকাণ্ডি
- ফুলেৰ্তল
- জিৰিবাম
- নুঙবা
- টামেঙলঙ জিলা
লগতে চাওক
- List of National Highways in India (by Highway Number)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways and their lengths. National Highways Authority of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৯২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।