১২৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 127A) হৈছে অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোক পূৰ্বতে ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি) (National Highway 152(old)) বুলি জনা গৈছিল। এই ঘাইপথটো অসমৰ পাঠশালাত আৰম্ভ হৈ ভাৰত-সীমান্তত গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 38 কি.মি.।১
লগতে চাওক
- List of National Highways in India
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Start and end points of National Highways-Source-ভাৰত চৰকাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ১১৯৪৫৩ (৯ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।