১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 154, চমুকৈ NH 154) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।১
সংযোজিত স্থানসমূহ
- বৈৰবী
লগতে চাওক
- List of National Highways in India
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ১১৯৪৫৫ (৯ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।