| 2024 Iran–Pakistan Conflict |
|---|
| {| | Date | | 16 – 18 January 2024 (2 days) |- | Location | | Balochistan (Iran and Pakistan) |- | Result | | Status quo ante bellum * Iranian missile strikes in Pakistan's Balochistan on 16 January * Pakistani missile strikes in Iran's Sistan and Baluchestan on 18 January. |} |
| Belligerents | |
|---|---|
| • 🇮🇷 Iran • Baloch Rebels | 🇵🇰 Pakistan • Jaish Ul Adl |
| Supported by: • 🇺🇸 United States ( condemns the Iranian attack on Pakistan ) | |
| Commanders and leaders | |
| 🇮🇷 Ali Khamenei ----Basheer Zeb Allah Nazar Baloch | 🇵🇰 Anwaar-ul-Haq Kakar |
২০২৪ চনৰ ১৬ জানুৱাৰীত ইৰাণে পাকিস্তানত ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় আৰু পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত অৱস্থিত জৈছ উল আদলৰ কাৰ্যালয় ধ্বংস কৰে।
পাকিস্তান চৰকাৰে এই আক্ৰমণক গৰিহণা দি পাকিস্তানৰ আকাশমাৰ্গৰ “অপ্ৰৰোচিত উলংঘা” বুলি অভিহিত কৰি দুটা শিশুৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।
তাৰ দুদিন পিছত ১৮ জানুৱাৰীত পাকিস্তানে ইৰাণৰ ভিতৰত প্ৰতিশোধমূলক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই কয় যে পাকিস্তানৰ লক্ষ্য হৈছে ইৰাণৰ চিস্তান আৰু বেলুচেস্তান প্ৰদেশত অৱস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী আৰু বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ কাৰ্যালয় ধ্বংস কৰা। ইয়াৰ পিছতে পাকিস্তান আৰু ইৰাণৰ সংঘৰ্ষৰ আৰম্ভণি হয়। এই সংঘৰ্ষ এক ভয়াবহ যুদ্ধত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ইৰাণৰ পাকিস্তান আক্ৰমণৰ কঠোৰ সমালোচনা কৰা হৈছে আৰু পাকিস্তানলৈ সমৰ্থন আগবঢ়োৱা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৪ ইৰাণ–পাকিস্তান সংঘৰ্ষ” প্ৰবন্ধৰ সংশোধন ৪০২৮৯৮ (১৯ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।