অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমৰ একাধিক ব্যক্তিক হেম বৰুৱা নামেৰে জনা যায়৷ হেম বৰুৱাই তলৰ ব্যক্তিসকলক বুজাব পাৰে: হেম বৰুৱা (১৯১৫-১৯৭৭): অসমৰ এজন কবি আৰু ৰাজনীতিবিদ হেম বৰুৱা (১৮৯৩-১৯৪৫): ত্যাগবীৰ উপাধীৰে বিভূষিত অসমৰ এজন স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬): অসমীয়া ভাষাৰ ওজা নামেৰে বিভূষিত…

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০১৯ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

অসমৰ একাধিক ব্যক্তিক হেম বৰুৱা নামেৰে জনা যায়৷ হেম বৰুৱাই তলৰ ব্যক্তিসকলক বুজাব পাৰে:

  • হেম বৰুৱা (১৯১৫-১৯৭৭): অসমৰ এজন কবি আৰু ৰাজনীতিবিদ
  • হেম বৰুৱা (১৮৯৩-১৯৪৫): ত্যাগবীৰ উপাধীৰে বিভূষিত অসমৰ এজন স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক
  • হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬): অসমীয়া ভাষাৰ ওজা নামেৰে বিভূষিত হেমকোষ অভিধানৰ প্ৰণেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২০৪৫৮৬ (১৭ ছেপ্তেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।