অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হৰ কী দূন

হৰ কী দূন বা হৰ কী দুন (Har Ki Doon) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গঢ়ৱাল হিমালয়ত অৱস্থিত এখন দোলনা সদৃশ ওলমি থকা উপত্যকা। এই অঞ্চলটো সেউজীয়া বুগিয়াল (উচ্চ পাৰ্বত্য তৃণভূমি)দ্বাৰা আবৃত। ই বৰফেৰে ঢাক খাই থকা শৃংগ আৰু আলপাইন উদ্ভিদেৰে পৰিপূৰ্ণ।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হৰ কী দূন বা হৰ কী দুন (Har Ki Doon) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গঢ়ৱাল হিমালয়ত অৱস্থিত এখন দোলনা সদৃশ ওলমি থকা উপত্যকা। এই অঞ্চলটো সেউজীয়া বুগিয়াল (উচ্চ পাৰ্বত্য তৃণভূমি)দ্বাৰা আবৃত। ই বৰফেৰে ঢাক খাই থকা শৃংগ আৰু আলপাইন উদ্ভিদেৰে পৰিপূৰ্ণ।১ এই উপত্যকাটো বৰাছু পাছৰদ্বাৰা বাষ্পা উপত্যকাৰ সৈতে সংযোজিত হৈ আছে।

এই উপত্যকাটো সমুদ্ৰ পৃষ্ঠৰপৰা প্ৰায় ৩৫৬৬ মিটাৰ (১১৭০০ ফুট) উচ্চতাত অৱস্থিত আৰু অক্টোবৰৰপৰা মাৰ্চ মাহলৈকে বৰফেৰে ঢাক খাই থাকে। ট্ৰেকিং পথত থকা অন্তিমখন গাঁৱত ভগৱান শিৱৰ নামত উৎসৰ্গিত এটা মন্দিৰ আছে।

ছানক্ৰী (ভিত্তি শিৱিৰ) পোৱাৰ পূৰ্বে পুৰোলা হৈছে অন্তিমটো এটিএম পইণ্ট। ট্ৰেকিং আৰম্ভ কৰাৰ আগতে ছানক্ৰীয়েই হৈছে সুস্থিৰ মোবাইল নেটৱৰ্ক পোৱা শেষৰটো স্থান। ২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Har-Ki-Doon valley
  2. ↑ Har Ki Dun Trek – Guide, Itinerary, Dates, Cost

সম্পৰ্কিত শ্ৰেণী

উত্তৰাখণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ কী দূন” প্ৰবন্ধৰ সংশোধন ৬২৫৭৯৫ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।