অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০১৪ বৰ্ষত অসম

২০১৪ হৈছে একবিংশ শতিকাৰ ১৪তম আৰু ২০১০ দশকৰ পঞ্চমটো বৰ্ষ। এই বৰ্ষটো বুধবাৰৰ পৰা আৰম্ভ হৈছে। ২০১৪ বৰ্ষত অসমৰ কেইটিমান উল্লেখযোগ্য ঘটনা হ’ল:

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

২০১৪ হৈছে একবিংশ শতিকাৰ ১৪তম আৰু ২০১০ দশকৰ পঞ্চমটো বৰ্ষ। এই বৰ্ষটো বুধবাৰৰ পৰা আৰম্ভ হৈছে। ২০১৪ বৰ্ষত অসমৰ কেইটিমান উল্লেখযোগ্য ঘটনা হ’ল:

বন্ধৰ দিন

মাহদিনবন্ধ
জানুৱাৰী১ইংৰাজী নৱবৰ্ষ
১৫মাঘ বিহু
১৭শিল্পী দিৱস
২৬গণৰাজ্য দিৱস (ভাৰত)
৩০মহাত্মা গান্ধীৰ মৃত্যু দিৱস
ফেব্ৰুৱাৰী--
--
--
মাৰ্চ--
--
--
এপ্ৰিল১৫ব'হাগ বিহু
--
--
মে'১মে' দিৱস
--
--
জুন২০ৰাভা দিৱস
--
--
জুলাই--
--
--
আগষ্ট১৫স্বাধীনতা দিৱস
--
--
ছেপ্টেম্বৰ--
--
--
অক্টোবৰ২গান্ধী জয়ন্তী
--
--
নৱেম্বৰ১৪শিশু দিৱস
--
--
ডিচেম্বৰ--
২৫বৰদিন
--

মৃত্যু

বঁটা, পুৰস্কাৰ আৰু সন্মান

ৰাষ্ট্ৰীয় পৰ্যায়ত

  • ২১ জানুৱাৰী: ধূলিয়ৰী ভৰিৰ সাঁচ নামৰ কাব্য সংকলনৰ বাবে কবি ৰবীন্দ্ৰ সৰকাৰলৈ ২০১৩ বৰ্ষৰ সাহিত্য একাদেমি বঁটা আগবঢ়োৱা হৈছে।২
  • ২৫ জানুৱাৰী: ভাৰত চৰকাৰে পাৰৱীন চুলতানাক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা সম্পৰ্কে ঘোষণা কৰে।৩৪

অসমীয়া বোলছবি

তাৰিখবোলছবিপৰিচালনাঅভিনয় শিল্পী
জা নু ৱা ৰী৩অজেয়জাহ্নু বৰুৱাজুপিতৰা ভূঞা, কপিল বৰা, বিষ্ণু খাৰঘৰীয়া, মুনমী কলিতা, ৰিম্পী দাস
১৭চিঞৰকংকন ৰাজখোৱা-
অনিশ্চিতৰ'দৰ চিঠিবাহাৰুল ইছলামআদিল হুছেইন, অংগৰাগ মহন্ত, জুবিন গাৰ্গ
ফে ব্ৰু ৱা ৰী৭ৰাগ - দ্য ৰিদম অৱ লাভৰজনী বসুমতাৰীআদিল হুছেইন, জেৰিফা ৱাহিদ, কপিল বৰা
----
মা ৰ্চ----
----
এ প্ৰি ল১৮অনুৰাধা-দিগন্ত হাজৰিকা, মেঘৰঞ্জনী
----
অ নি শ্চি ত-জিলমিল জোনাকশিৱানন বৰুৱাযতীন বৰা, নিশিতা গোস্বামী, আকাশদ্বীপ, জুপিতৰা ভূঞা, ৰাগ ঐনিতম, শ্যামন্তিকা শৰ্মা
-শৃংখলপ্ৰবীণ হাজৰীকা-
-কথানদী – The River of Fablesভাস্কৰ হাজৰিকাসীমা বিশ্বাস, জেৰিফা ৱাহিদ, কপিল বৰা
----

তথ্যসূত্ৰ

  1. ↑ (২ জানুৱাৰী, ২০১৪). আমাৰ অসমত প্ৰকাশিত বাতৰি. G L Publications. পৃ. ৮
  2. ↑ (Jan 21, 2014). Assamese poet Rabindra Sarkar gets Sahitya Akademi award. THE TIMES OF INDIA
  3. ↑ (January 25, 2014). List of Padma awardees 2014. The Hindu
  4. ↑ গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৪ বৰ্ষত অসম” প্ৰবন্ধৰ সংশোধন ৩৮৬০৬৩ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।