৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 54, চমুকৈ NH 54) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 কি.মি.। এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে। অৱশেষত গেগি ঘাইপথটো মিজোৰামৰ টুইপুংত গৈ শেষ হৈছেগৈ।১
National Highways Development Project
- দবকা আৰু শিলচৰৰ মাজত থকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 309 কি.মি. অংশ National Highways Development Project পূব-পশ্চিম কৰিড’ৰ হিচাপে নিৰ্বাচিত কৰিছে।২
লগতে চাওক
- List of National Highways in India (by Highway Number)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways Starting and Terminal Stations. Ministry of Road Transport & Highways
- ↑ National Highways Authority of India (NHAI)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৯৩ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।