অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰেৱতী লাহন

ৰেৱতী লাহন ( Reboti Lahon) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাস খাটিবলগীয়া হয়৷ কাৰাবাসৰ মাজতেই তেওঁ নিউমোনিয়া ৰোগত আক্ৰান্ত হয় আৰু মুকলি হোৱাৰ কিছুদিন পাছতেই তেওঁৰ মৃত্যু হয়৷

হালনাগাদ: ২৩ আগষ্ট ২০২৩ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

ৰেৱতী লাহন ( Reboti Lahon) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাস খাটিবলগীয়া হয়৷ কাৰাবাসৰ মাজতেই তেওঁ নিউমোনিয়া ৰোগত আক্ৰান্ত হয় আৰু মুকলি হোৱাৰ কিছুদিন পাছতেই তেওঁৰ মৃত্যু হয়৷১২

তথ্যসূত্ৰ

  1. ↑ দেশৰ হকে প্ৰাণ ত্যাগ কৰা ...
  2. ↑ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰা..

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱতী লাহন” প্ৰবন্ধৰ সংশোধন ৩৭৫৩৮৮ (২৩ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।